• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গ্ৰেপ্তাৰ হ’ল বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰবক্তা; ৰাস্তাৰ পৰা নি মহাবিদ্যালয়ৰ কোঠাত মাৰপিট যুৱকক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 8, 2018 5:22 pm

1 min read

arrested biswanath college lecturer

গ্ৰেপ্তাৰ হোৱা প্ৰবক্তা ছফিউৰ ৰহমান

85
VIEWS
Share on FacebookShare on Twitter

এজন যুৱকক পথৰ পৰা বাইকত উঠাই নি বিশ্বনাথ মহাবিদ্যালয়ৰ কোঠাৰ ভিতৰত নি মাৰপিট কৰাৰ অভিযোগত মূল অভিযুক্ত মহাবিদ্যালয়খনৰ দৰ্শন বিভাগৰ প্ৰবক্তা ছফিউৰ ৰহমানৰ লগতে আন দুজন কৰ্মচাৰী বিশ্বজিত ভাগৱতী আৰু ৰক্তিম ভূঞাক আজি ৮ এপ্ৰিলত বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। যুৱকজনৰ পৰিয়ালৰ লোকে এই সন্দৰ্ভত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত লোককেইজনক গ্ৰেপ্তাৰ কৰা হৈছে।

মাৰপিটৰ ফলত গুৰুতৰভাৱে আঘাত পোৱা যুৱকজনক প্ৰথমে বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত তেওঁৰ আঘাত গুৰুতৰ হোৱা বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয়।

উল্লেখযোগ্য যে যুৱকজনক মাৰপিট কৰা ভিডিঅ’ এটা সংবাদমাধ্যমযোগে প্ৰচাৰিত হৈছিল।

আনহাতে মাৰ খোৱা যুৱকজনে অভিযুক্ত প্ৰবক্তাজনৰ ভতিজা স্কুলীয়া ছাত্ৰী এগৰাকীক ম’বাইলত অশ্লীল বাৰ্তা আৰু ভিডিঅ’ পঠোৱাক লৈ ছাত্ৰীগৰাকীৰ পৰিয়ালে পূৰ্বে আপত্তি কৰিছিল আৰু জানিব পৰা মতে যুৱকজনৰ দেউতাকে ঘটনাটোৰ বাবে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ ওচৰত তাৰ বাবে ক্ষমা খুজি বিষয়টো শাম কটাইছিল।

ঘটনাটোৰ বাবে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা কোনো এজাহাৰ দাখিল কৰা হোৱা নাছিল বুলি জানিব পৰা গৈছে।

Recent News

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

লুইচ বাৰ্জাৰ, সাৰদা, ধনুকা প্ৰসংগ টানি হিমন্তক তুলাধুনা লুৰীণজ্যোতিৰ

লুইচ বাৰ্জাৰ, সাৰদা, ধনুকা প্ৰসংগ টানি হিমন্তক তুলাধুনা লুৰীণজ্যোতিৰ

বােকাখাতত ৰাষ্ট্ৰীয় ভােটাৰ দিৱস উদযাপন; বাটৰ নাট আৰু ফ্লেচ ম’ব ডাঞ্চৰ প্ৰদৰ্শন

বােকাখাতত ৰাষ্ট্ৰীয় ভােটাৰ দিৱস উদযাপন; বাটৰ নাট আৰু ফ্লেচ ম’ব ডাঞ্চৰ প্ৰদৰ্শন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd