• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চন্দ্ৰমোহনে মিছা মাতিছে ,মই হিন্দু শৰণাৰ্থীক কেতিয়াও সমৰ্থন কৰা নাই : গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2018 1:37 pm
চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মেল পাতি কংগ্ৰেছ চৰকাৰে হিন্দু বাংলাদেশীৰ সপক্ষে কেবিনেট সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰাৰ লগতে তৰুণ গগৈয়ে তদানীত্বন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙলৈ পত্ৰ প্ৰেৰণ কৰা বুলি অভিযোগ কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। তিতাবৰত আজি তৰুণ গগৈয়ে এই সন্দৰ্ভত কয় যে চন্দ্রমোহনে মিছা মাতিছে, মই হিন্দু শৰণার্থীক কেতিয়াও সমৰ্থন কৰা নাছিলো। যদি প্রমাণ আছে ৰাজহুৱা কৰক অন্যথা চন্দ্রমোহন পাটোৱাৰীয়ে পদত্যাগ কৰক। তেওঁ যদি প্রমাণ কৰিব পাৰে মই নিজেও পদত্যাগ কৰিম। ‘মই চেলেঞ্জ কৰিছো চন্দ্রমোহন পাটোৱাৰীক,’- ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে এইদৰেই চন্দ্রমোহন পাটোৱাৰীৰ বিৰুদ্ধে এক সংবাদমেল যোগে আজি উভতি ধৰে। উল্লেখযোগ্য যে শুকুৰবাৰে চন্দ্রমোহন পাটোৱাৰীয়ে তৰুণ গগৈক আক্রমণৰ লক্ষ্য কৰি কৈছিল যে ২০১৪ বর্ষৰ ১৬ জুলাইত তৰুণ গগৈৰ কেবিনেটত হিন্দু শৰণার্থীক আশ্রয় প্রদানৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল। আজি তাৰেই প্রতিক্রিয়া প্রকাশ কৰি তিতাবৰত তৰুণ গগৈয়ে চন্দ্ৰমোহনক মিছলীয়া বুলি অভিহিত কৰে। সংবাদমেলত গগৈয়ে লগতে প্রৰোচনামূলক বক্তব্যৰ বাবেহে অর্ধেন্দু দে’ক শ্বক’জ দিয়া হৈছে বুলি মন্তব্য কৰে। অৰ্ধেন্দু দে’ৰ সম্পৰ্কত গগৈয়ে কয় যে কোনোবাই নিজা মন্তব্য দিব পাৰে কিন্তু দলৰ কোনোবাই প্রৰোচনামূলক মন্তব্য দিলে আমি শ্বক’জ কৰিমেই। যিসকলে অর্ধেন্দু দে’ক সমর্থন কৰিছে তেওঁলোকে গোটেই কথাটোৱেই ভুলকৈ ভাবিছে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে, গগৈয়ে এন আৰ চিৰ সম্পর্কত ৰাজেন গোহাঁইয়ে কৰা বিতর্কিত মন্তব্য সম্পর্কত কয় যে ৰাজেন গোহাঁইয়ে এন আৰ চিৰ বিৰোধিতা কৰিবই। তেওঁৰ হিন্দু শৰণার্থীৰ বিধেয়কৰ ওপৰতহে আস্থা আছে। তেওঁ এন আৰ চিৰ ওপৰত সন্দেহ কৰাটো স্বাভাৱিক।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ : ফাইল ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মেল পাতি কংগ্ৰেছ চৰকাৰে হিন্দু বাংলাদেশীৰ সপক্ষে কেবিনেট সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰাৰ লগতে তৰুণ গগৈয়ে তদানীত্বন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙলৈ পত্ৰ প্ৰেৰণ কৰা বুলি অভিযোগ কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

তিতাবৰত আজি তৰুণ গগৈয়ে এই সন্দৰ্ভত কয় যে  চন্দ্রমোহনে মিছা মাতিছে, মই হিন্দু শৰণার্থীক কেতিয়াও সমৰ্থন কৰা নাছিলো। যদি প্রমাণ আছে ৰাজহুৱা কৰক অন্যথা চন্দ্রমোহন পাটোৱাৰীয়ে পদত্যাগ কৰক। তেওঁ যদি প্রমাণ কৰিব পাৰে মই নিজেও পদত্যাগ কৰিম।

Apply Now

‘মই চেলেঞ্জ কৰিছো চন্দ্রমোহন পাটোৱাৰীক,’-  ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে এইদৰেই চন্দ্রমোহন পাটোৱাৰীৰ বিৰুদ্ধে এক সংবাদমেল যোগে আজি উভতি ধৰে। উল্লেখযোগ্য যে শুকুৰবাৰে চন্দ্রমোহন পাটোৱাৰীয়ে তৰুণ গগৈক আক্রমণৰ লক্ষ্য কৰি কৈছিল যে ২০১৪ বর্ষৰ ১৬ জুলাইত তৰুণ গগৈৰ কেবিনেটত হিন্দু শৰণার্থীক আশ্রয় প্রদানৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল।

আজি তাৰেই প্রতিক্রিয়া প্রকাশ কৰি তিতাবৰত তৰুণ গগৈয়ে চন্দ্ৰমোহনক মিছলীয়া বুলি অভিহিত কৰে। সংবাদমেলত গগৈয়ে লগতে প্রৰোচনামূলক বক্তব্যৰ বাবেহে অর্ধেন্দু দে’ক শ্বক’জ দিয়া হৈছে বুলি মন্তব্য কৰে।

অৰ্ধেন্দু দে’ৰ সম্পৰ্কত গগৈয়ে কয় যে কোনোবাই নিজা মন্তব্য দিব পাৰে কিন্তু দলৰ কোনোবাই প্রৰোচনামূলক মন্তব্য দিলে আমি শ্বক’জ কৰিমেই। যিসকলে অর্ধেন্দু দে’ক সমর্থন কৰিছে তেওঁলোকে গোটেই কথাটোৱেই ভুলকৈ ভাবিছে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে, গগৈয়ে এন আৰ চিৰ সম্পর্কত ৰাজেন গোহাঁইয়ে কৰা বিতর্কিত মন্তব্য সম্পর্কত  কয় যে ৰাজেন গোহাঁইয়ে এন আৰ চিৰ বিৰোধিতা কৰিবই। তেওঁৰ  হিন্দু শৰণার্থীৰ বিধেয়কৰ ওপৰতহে আস্থা আছে। তেওঁ এন আৰ চিৰ ওপৰত সন্দেহ কৰাটো স্বাভাৱিক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

July 11, 2026 9:40 pm
৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

July 11, 2026 9:14 pm
সক্ৰিয় ভূ  চ্যুতিৰ ওপৰত বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প : চীনৰ মেগা ডেমক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত নতুন আশংকা

সক্ৰিয় ভূ  চ্যুতিৰ ওপৰত বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প : চীনৰ মেগা ডেমক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত নতুন আশংকা

July 11, 2026 9:03 pm

প্ৰধানমন্ত্ৰী মোদীৰ নীৰৱতাক লৈ চিপিআইৰ প্ৰশ্ন, ৰাম মন্দিৰ অনুদান কেলেংকাৰীক কেন্দ্ৰ কৰি ৰাজনৈতিক চাপ বৃদ্ধি

July 11, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

July 11, 2026 9:40 pm
৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

July 11, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd