• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চলচ্চিত্ৰমে আয়োজন কৰিছে দ্বিতীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ

NE NOW NEWS নবাৰুণ গুহ
গুৱাহাটী , March 2, 2018 7:24 am

2 min read

JYOTI-CHITRA-678x381

জ্যোতি চিত্ৰবন

75
VIEWS
Share on FacebookShare on Twitter

চলচ্চিত্ৰমে আয়োজন কৰা দ্বিতীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱখন গুৱাহাটীৰ জ্যোতি চিত্ৰবন চৌহদত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব। তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত চলচ্চিত্ৰৰ প্ৰদৰ্শন, আলোচনা আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

অসমৰ শক্তি মন্ত্ৰী পল্লৱ লোচন দাস, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ (আৰএছএছ) সৰ্ব ভাৰতীয় প্ৰচাৰ প্ৰমুখ ড০ মনমোহন বৈদ্য আৰু খ্যাতনামা চলচ্চিত্ৰ নিৰ্মাতা সান্তনা বৰদলৈ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

ওম ৰাউতে পৰিচালনা কৰা ‘লোকমান্য-এক যুগপুৰুষ’ নামৰ ছবিখনৰ প্ৰদৰ্শনৰে  মহোৎসৱখন মুকলি কৰা হ’ব।

মহোৎসৱখনৰ দ্বিতীয় দিনটোৰ মুখ্য আকৰ্ষণ হ’ব কালজয়ী অসমীয়া চলচ্চিত্ৰ ‘ডা: বেজবৰুৱা’ৰ ওপৰত অনুষ্ঠিত আলোচনা।  উল্লেখযোগ্য যে চলচ্চিত্ৰখনে ইয়াৰ ৫০ বছৰ উদযাপন কৰিছে।

এই মহোৎসৱত প্ৰদৰ্শিত হ’বলগীয়া ছবিসমূহৰ ভিতৰত আছে- ‘ৰিয়াৰিং এৰী উইথ ট্ৰেডিশ্যনেল ভেল্যুছ’, হেপী বাৰ্থ ডে জয়’, আহমেদাবাদ’ছ বেনে ইজৰাইল’, ট্ৰপিকেল মেলেডি’, লিয়াকৎ-ইট ৰেইনছ ইন দ্য এণ্ড’, ‘মেঘ-দ্য ক্লাউদ’, টাক্কুটি-এ ৰিলেন্টলেছ জাৰ্ণি’, ‘বাথৌ অ’পেন দ্য ড’ৰ’, নেষ্টি উইমেন’, ‘দ্য টি’, ‘নো-দ্য হ’ম’, ‘লিটল হাৰ্টছ’, ইত্যাদি।

মহোৎসৱ খন অনন্থ মহাদেৱন পৰিচালিত আৰু বিনয় পাঠক অভিনীত ‘গৌৰ হৰি দাস্তান’ চলচ্চিত্ৰখনৰ প্ৰদৰ্শনেৰে সামৰণি মৰা হ’ব।

অসমৰ ক্ৰীড়া আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে আৰু বটদ্ৰৱা সমষ্টিৰ বিধায়িকা তথা অভিনেত্ৰী আঙুৰলতা ডেকাই সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

 

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd