DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চলিত বৰ্ষতে চৰ অঞ্চলত আৰম্ভ হ’ব জৰীপৰ কাম

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2018 8:09 am
mdvueejqdu-1460303084
81
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষতে ৰাজ্য চৰকাৰে চৰাঞ্চলত জৰীপৰ কাম আৰম্ভ কৰিব বুলি অসম বিধানসভাত সদৰি কৰিছে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

অমিয় কুমাৰ দাস ইনষ্টিটিউট অফ ছচিয়েল চেইঞ্জ (অ’কেডি) এ এই জৰীপৰ কাম কৰিব। শুকুৰবাৰে বিধানসভাত এই কথা সদৰি কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পাটোৱাৰীয়ে কয় যে আগন্তুক বিত্তীয় বৰ্ষত এই কাম আৰম্ভ কৰিবলৈ প্ৰতিষ্ঠানটোক ৫০ লাখ টকা  মোকলাই দিয়া হ’ব।

বিগত ২০০২-০৩ তে অন্তিমবাৰ চৰাঞ্চলত জৰীপ চলোৱা হৈছিল।

বিভিন্ন প্ৰাকৃতিক কাৰণত চৰৰ পৰিসৰ, স্থিতি আদিৰ সলনি হৈ থাকে। বহুসময়ত বানপানী আৰু গৰাখহনীয়াৰ ফলত একোটা চৰ নদীৰ বুকুত বিলীন হৈ যোৱাও দেখা যায়।

বিগত সময়ত পুনৰ চৰৰ জৰীপৰ কাম আৰম্ভ কৰাৰ দাবী উত্থাপিত হৈ আহিছে। চৰৰ প্ৰকৃত তথ্য নথকাৰ বাবে চৰসমূহত বিভিন্ন অসামাজিক কাৰ্যৰ ঘাটি হৈ পৰা বুলিও অভিযোগ আছে।

দীৰ্ঘদিন ধৰি চৰৰ বাসিন্দাসকলক মাটিৰ পট্টা দিয়াৰ দাবীও উত্থাপিত হৈ আহিছে। কিন্তু শেহতীয়াকৈ জৰীপ নোহোৱাৰ বাবেই এই সকলোবোৰ বিষয় ওলমি ৰৈছে।

বিধানসভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে চলিত বৰ্ষত চৰকাৰে চৰৰ জৰীপৰ পদক্ষেপ গ্ৰহণ কৰি চৰ উন্নয়নৰ বাবে কাৰ্যকৰী ব্যৱস্থা ক্ষিপ্ৰ গতিত ৰূপায়ন কৰিব।

‘’চৰৰ উন্নয়ন নোহোৱাৰ মূল কাৰণটো হ’ল ইয়াৰ বাসিন্দাসকলক ভোটবেংক হিচাপে ব্যৱহাৰ কৰাটো। ভোটবেকৰ ৰাজনীতিত চৰৰ উন্নয়ন সম্পূৰ্ণৰূপে স্থৱিৰ হৈ পৰিছে। চৰত মাতব্বৰীৰাজ চলে আৰু তেওঁলোকেই ভোটবেংকৰ ৰাজনীতিৰ নেতৃত্ব লয়,’’-পায়োৱাৰীয়ে সদনত এইদৰে কয়।

চৰৰ মহিলাৰ শিক্ষাৰ উন্নয়নৰ বাবে অসম চৰকাৰে মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও পাটোৱাৰীয়ে প্ৰকাশ কৰে।

Recent News

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd