• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাকৰি হেৰুৱাব পাৰে ভুৱা জাতিগত প্ৰমাণপত্ৰেৰে চাকৰি লোৱা বিষয়া-কৰ্মচাৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2018 11:01 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এ পি এছ চি কেলেংকাৰিৰ পিছত এইবাৰ জাতিগত প্ৰমাণপত্ৰৰ কেলেংকাৰি উন্মোচিত হোৱাৰ সম্ভাৱনাই দেখা দিছে। ৬ জানুৱাৰিত ৰাজ্য চৰকাৰে ভুৱা জাতিগত প্ৰমাণ পত্ৰ দাখিল কৰি চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি কৰি থকা এনে ধৰণৰ ১০৬গৰাকী বিষয়া-কৰ্মচাৰীৰ এখন তালিকা প্ৰকাশ কৰাৰ পিছত বিষয়টোৱে সন্দেহজনক প্ৰমাণপত্ৰ থকাসকলৰ মাজত এক ত্ৰাসৰ সৃষ্টি কৰিছে। ৰাজ্য চৰকাৰে এক সিদ্ধান্ত মৰ্মে এই ১০৬ জন বিষয়া-কৰ্মচাৰীৰ জাতিগত প্ৰমাণপত্ৰৰ পুনৰীক্ষণৰ ব্যৱস্থা কৰিছে। এই উদ্দেশ্যে ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ সচিব ৰীতা দাসে ৰাজ্যিক পৰ্য্যায়ৰ পৰ্য্যৱেক্ষণ কমিটিৰ এক বৈঠক অনুষ্ঠিত কৰিছে, য’ত অভিযুক্ত বিষয়া-কৰ্মচাৰীসকলক তেওঁলোকৰ জাতিগত-প্ৰমাণপত্ৰ লৈ সোঁশৰীৰে উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে। এইসকল বিষয়া-কৰ্মচাৰীয়ে চাকৰিৰ বাবে দাখিল কৰা জাতিগত প্ৰমাণ-পত্ৰ ভুৱা বুলি প্ৰমাণিত হ’লে চাকৰিও হেৰুৱাব পাৰে।

উল্লেখযোগ্য যে যোৱা বছৰৰ জুলাই মাহত দিয়া এক গুৰুত্বপূৰ্ণ ৰায়ত দেশৰ উচ্চতম ন্যায়ালয়ে কৈছিল যে ভুৱা জাতিগত প্ৰমাণপত্ৰ দি চাকৰি লোৱাসকলে চাকৰি হেৰুওৱাৰ লগতে দণ্ডও ভোগ কৰিব লাগিব। উচ্চতম ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ জে এছ খেহেৰ, ন্যায়াধীশ এন ভি ৰমন আৰু ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়েৰে গঠিত এক বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ ৰায়টো দিছিল। বিচাৰ পীঠখনে ৰায়টোত কৈছিল, ‘ভুৱা প্ৰতিনিধিত্বৰ ভিত্তিত কাকো সুবিধা দখল কৰি থাকিবলৈ দিব নোৱাৰি। ই সামাজিক ন্যায় প্ৰতিষ্ঠাৰ সাংবিধানিক লক্ষ্যক বিপথে পৰিচালিত কৰিছে।’

Apply Now

সন্দেহজনক প্রমাণপত্র দাখিল কৰা বুলি সন্দেহ কৰাসকলৰ নাম হৈছে ক্ৰমে– প্ৰাঞ্জল দাস, শচীন্দ্ৰনাথ বৈশ্য, ৰিয়া বিশ্বাস, শিৱাচ মালো, চয়নিকা ডেকা, বিশাল ৰয়, পল্লৱী বৰ্মন, কৃষ্টিসাগৰ তালুকদাৰ, শুভ্ৰজিৎ দাস, জুমা দাস, অৰুন্ধতী সাহা, গোসাই চন্দ্ৰ কৰ্মকাৰ, কানুলাল কৰ্মকাৰ, চন্দ্ৰকান্ত দাস, অমেন্দ্ৰ ধৰ, ফাল্গুনী পাঠক, মনমোহন মৰল, চক্ৰধৰ হালৈ, অনন্ত হুজুৰী, ৰাকেশ কুমাৰ দাস, মনোৰঞ্জন বৈশ্য, ভৱেন দাস, ধ্ৰুৱজ্যোতি তালুকদাৰ, শুভংকৰ পাল, শুভম ৰয়, চিন্ময় ডেকা, বিদিশা চৌধুৰী, সুস্মিতা পাঠক, কিংকিনী কাশ্যপ, দীপজ্যোতি পাঠক, তন্ময় দেৱ, অভিষেক কৰ্মকাৰ, দিবাকৰ ৰাভা, নীহাৰজ্যোতি বৈশ্য, উৎকৰ্ষ কাকতী, অনুসূয়া সুনয়ানি, ভাৰ্গৱ দাস, প্ৰাঞ্জল বৈশ্য, প্ৰশান্ত ভৌমিক, বসন্ত শিৱা, কৰুণা বিশ্বাস, অৰমিন্ত নেওগ ভৰালী, বিশাল ৰয়, ইষাণ উদয় বিশ্বাস, নিহাল পংকজ ডেকা, উত্তম আৰ্য্য, নীলাক্ষী শুভ্ৰ চৌধুৰী, জয়প্ৰকাশ বৰ্মন, অনুৰাগ ওজা, শিৱম ৰয়, আফজল হুছেইন, সতীশ বিশ্বাস, চিউলী ৰাণী সূত্ৰধৰ, ৰেচমা বেগম, পৰমিতা সাহা, অভিজিৎ ধৰ, সৌৰভ ধৰ, হেমাংগী গুপ্তা, ৰাজেশ জয়চোৱাল, প্ৰভাত দাস, পুলক দাস, পাপৰি দাস, প্ৰণয় দেৱ, শাশ্বতী গীতা ডেকা, দীপক কুমাৰ মিত্ৰ, বিশাল মজুমদাৰ, আকাশ বৰষা, চণ্ডিকা মিত্ৰ, হৰিদীপৰঞ্জন ঠাকুৰীয়া, জয়প্ৰকাশ বৰ্মন, জিনময়জিৎ তালুকদাৰ, মাণিক চন্দ্ৰ বৰ্মন, অনুৎপল ঠাকুৰীয়া, শিৱ দাস, ধৃতিমান পাঠক, চিন্ময় তালুকদাৰ, গৌতম বৈশ্য, গগনজিৎ বৈশ্য, হীৰকজ্যোতি ডেকা, অনুপম ৰয়, প্ৰাণজিৎ কুমাৰ বৈশ্য, বিভূতি বৈশ্য, অংকুৰ চৰ্দাৰ, সুমিত চৌধুৰী, মধুমিতা পোদ্দাৰ, অংশুমান চৌধুৰী, ঋষিকেশ কাশ্যপ, স্নিগ্ধাশিখা কাশ্যপ, অভিষেক চৌধুৰী, অনামিকা চৌধুৰী, নীলাক্ষী হালৈ, স্বপ্নিল কাশ্যপ, অভিজিৎ ধৰ, ঋষিকেশ তালুকদাৰ, দেৱাশিস দেৱাংগভূষণ বৰা, সঞ্জয় ডেকা, ধনলাল প্ৰসাদ, অংকুৰজ্যোতি শইকীয়া, হীৰকজ্যোতি অধিকাৰী, ৰক্তিমা মেধি, আকাশ ভৰালী, ভাস্কৰজ্যোতি বৰ্মন, উজ্জ্বল ডেকা, মানসপ্ৰতিম ভৰালী, পূজা কুমাৰী, আৰু সুমিত জয়চোৱাল।

এওঁলোকক অহা ১৭ ফেব্ৰুৱাৰিত পৰ্য্যৱেক্ষণ বৈঠকত নিজৰ নিজৰ প্ৰমাণপত্ৰ সহ উপস্থিত থাকিবলৈ চৰকাৰৰ ফালৰ পৰা এক নিৰ্দেশ জাৰি কৰা হৈছে।

এই কথা সকলোৰে বিদিত যে ভুৱা জাতিগত প্ৰমাণপত্ৰেৰে চাকৰি লোৱাৰ অভিযোগ বিভিন্নজনৰ বিৰুদ্ধে বিভিন্ন সময়ত উত্থাপন হৈ আহিছে যদিও ইমান বৃহৎ সংখ্যক বিষয়া-কৰ্মচাৰীক এনে অভিযোগত জাননী জাৰি কৰাৰ ঘটনা এয়ে প্ৰথম। এ পি এছ চিৰ দৰে এই কেলেংকাৰিয়েও ৰাজ্যখনত নতুন আলোড়ন এটা সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

June 18, 2026 7:17 pm
টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

June 18, 2026 7:17 pm
টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd