• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাহ শ্ৰমিকৰ প্ৰাপ্য ধন অনাদায়ত দেশৰ শীৰ্ষত অসম, ১৫ বছৰে চৰকাৰে দিবলে আছে ২৪৯ কোটি টকা; ধন মোকলোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 5, 2018 9:24 pm

1 min read

tea-workers in assam

প্ৰতিনিধিত্বমূলক চিত্ৰ

156
VIEWS
Share on FacebookShare on Twitter

১৫ বছৰ ধৰি প্ৰাপ্য ধন নোপোৱা চাহ বাগানৰ শ্ৰমিকসকলক আন্তঃকালীনভাৱে ১২৭ কোটি টকা মোকলাই দিবলে অসমকে ধৰি কেৰালা, তামিলনাডু আৰু পশ্চিম বংগ চৰকাৰক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

ইণ্টাৰনেশ্বনেল ইউনিয়ন অৱ ফুড এচ’চিয়েশ্বন আৰু পশ্চিম বংগ খেত মজদুৰ সমিতিয়ে দাখিল কৰা এক অৱমাননা আবেদন (contempt petition)ৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ এচ এ’ ভবদে আৰু এল নাগেশ্বৰ ৰাওৰ বিচাৰপীঠে ৪ এপ্ৰিলত এই নিৰ্দেশ দিয়ে।

কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা কৰা পৰিসংখ্যা অনুসৰি ২৪৯ কোটি টকাৰে শ্ৰমিকসকলৰ প্ৰাপ্য অনাদায়ৰ শীৰ্ষত অসম থকাৰ বিপৰীতে তামিলনাদুৱে ৭০ কোটি, পশ্চিম বংগই ৩০ কোটি আৰু কেৰালাই দিবলে আছে ২৭ কোটি টকা।

৬০ দিনৰ ভিতৰত প্ৰাপ্য ধনৰ অন্ততঃ আধাখিনি প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰসমূহক সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে।

এদশকতকৈও অধিক কাল ধৰি প্ৰাপ্য ধন নোপোৱাকৈ থকা শ্ৰমিকসকলৰ দুৰ্দশাৰ কথা বিবেচনা কৰি এই ধন আদায়ত আৰু অধিক পলম নকৰিবলৈ ন্যায়ালয়ৰ নিৰ্দেশটোত কোৱা হৈছে।

আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা কলিন গঞ্জালৱেজে যুক্তি প্ৰদৰ্শন কৰিছিল।

আদালতৰ এই নিৰ্দেশৰ ফলত তিনি লাখতকৈও অধিক চাহ শ্ৰমিক উপকৃত হ’ব।

ৰাজ্যসমূহত চাহ বাগান চলাই থকা কোম্পানিসমূহৰ বিষয়ববীয়াকো পৰৱৰ্তী শুনানিত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd