DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চিআৰপিএফৰ শিক্ষাৰ্থী বিষয়াৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ মত-বিনিময়

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2018 1:14 pm
Governor
96
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ ৪৯নং বেটচৰ ১৫ গৰাকী ৰাজপত্ৰিত শিক্ষাৰ্থী বিষয়াৰে শুকুৰবাৰে ৰাজভৱনত এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে।

ৰাজ ভৱনৰ পৰা প্ৰকাশ কৰা এক বিবৃতি অনুসৰি মত বিনিময় অনুষ্ঠানটোৰ আৰম্ভণিতে চিআৰপিএফৰ শিক্ষাৰ্থী বিষয়া সকলক স্বাগতম জনায় ৰাজ্যপাল গৰাকীয়ে তেওঁলোকক দেশৰ স্বাৰ্থত নি:স্বাৰ্থভাৱে কাম কৰি যাবলৈ আহ্বান জনায়।

ৰাজ্যপাল গৰাকীয়ে লগতে ‘মোৰ দেশ প্ৰথম’ মনোভাবক জীৱনৰ ব্ৰত হিচাপে ল’বলৈ আহ্বান জনায়  কঠিন শ্ৰমৰ জৰিয়তে তেওঁলোকৰ পেছাদাৰিত্ব বৃদ্ধিৰ বাবে পৰামৰ্শ দিয়ে।

উল্লেখ্য যে মত বিনিময় অনুষ্ঠানটোৰ জৰিয়তে অসমৰ ৰাজ্যপাল গৰাকীয়ে শিক্ষাৰ্থী বিষয়া সকলক তেওঁলোকৰ জ্ঞান আৰু কৌশল বৃদ্ধি কৰিবলৈ কৈ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভকামনা যাচে।

চিআৰপিএফৰ শিক্ষামূলক ভ্ৰমণৰ অংশ হিচাপে ১৫ শিক্ষাৰ্থী বিষয়া কেইগৰাকীয়ে ৰাজ্যপাল মুখীক সাক্ষাৎ কৰে।

এনে ধৰণৰ মত বিনিময় অনুষ্ঠানে সামৰিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তি সকলৰ মনোবল বৃদ্ধি কৰি তেওঁলোকক দেশৰ সেৱাত ব্ৰতী হ’বলৈ উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd