• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চিনে’মা নিৰ্মাতা দীপ চৌধুৰী, সংগীত পৰিচালক অনুৰাগ শইকীয়ালৈ ক্ৰমে বিদ্যুৎ চক্ৰবৰ্তী আৰু শ্বেৰ চৌধুৰী সৃষ্টিশীল সন্মান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 11, 2018 3:56 pm

1 min read

Deep-Choudhury

দীপ চৌধুৰী

107
VIEWS
Share on FacebookShare on Twitter

চিনে’মা নিৰ্মাতা দীপ চৌধুৰীলৈ ২০১৮ চনৰ বিদ্যুৎ চক্ৰবৰ্তী সৃষ্টিশীল সন্মান আৰু সংগীত পৰিচালক অনুৰাগ শইকীয়ালৈ শ্বেৰ চৌধুৰী সৃষ্টিশীল সন্মান আগবঢ়োৱা হৈছে।

বিদ্যুৎ চক্ৰবৰ্তী ন্যাসৰ সহযোগত অইল ইণ্ডিয়া লিমিটে’ড আৰু সাংস্কৃতিক সংগঠন ‘সূৰ্য্য’ই যুটীয়াভাৱে এই সন্মান আগবঢ়াইছে।

শনিবাৰে প্ৰদান কৰা এই সন্মানত এটাকৈ ট্ৰফি, এখনকৈ প্ৰশংসাপত্ৰ আৰু ৫০ হাজাৰ টকাকৈ নগদ ধন দিয়া হৈছে।

দীপ চৌধুৰীয়ে ২০০৯ চনত তেওঁৰ প্ৰথম চুটি ছবি ‘আই এম এ’ পয়েট’ যুটীয়াভাৱে পৰিচালনা কৰিছিল। হিন্দী/ মাৰাথী চুটি ছবি ‘চুৰমাই’ৰ বাবে তেওঁ ২০১৪ চনৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বিচাৰকৰ সন্মান লাভ কৰিছিল। ২০১৭ চনত ৬৪ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শেহতীয়া ছবি ‘’ৰ বাবে তেওঁলৈ আত্মপ্ৰকাশকাৰী পৰিচালকৰদ্বাৰা নিৰ্মিত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল।

আনগৰাকী বঁটাপ্ৰাপক অনুৰাগ শইকীয়াই তেওঁৰ প্ৰথম এলবাম ‘টোপ টোপ’ৰ বাবে লাভ কৰিছিল বিগ মিউজিকৰ শ্ৰেষ্ঠ সংগীত প্ৰযোজক বঁটা। তেওঁ ‘চিকাৰ’, ‘Man with the Binoculars’, ‘দিকচৌ বনত পলাশ’, ‘ইশ্বু’, ‘মাজ ৰাতি কেতেকী’ আদি চিনে’মাটো তেওঁ সংগীত পৰিচালনা কৰিছে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd