DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘চিৰিয়াখানা সুৰক্ষা মঞ্চ’ক অভিযোগ প্ৰমাণৰ বাবে আহ্বান চিৰিয়াখানা কৰ্তৃপক্ষৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 3, 2018 10:21 pm
Zoo-Broken-Wall assam

চিৰিয়াখানাৰ প্ৰৱেশ পথ।

77
VIEWS
Share on FacebookShare on Twitter

চিৰিয়াখানাৰ বিষয়াই হৰিণা ভক্ষণ কৰা আৰু চিৰিয়াখানাৰ বেৰা নিৰ্মাণ নকৰাৰ লগতে নিশা আবাসিক এলেকালৈ অহা গাড়ীয়ে হৰিণ খুন্দিয়াই মৰা বুলি যোৱা ২২ এপ্ৰিলত এক সংবাদ মেলত অভিযোগ উত্থাপন কৰা চিৰিয়াখানা সুৰক্ষা মঞ্চক অভিযোগসমূহৰ তথ্যপ্ৰমাণ বিচাৰিছে চিৰিয়াখানা ( Assam State Zoo ) কৰ্তৃপক্ষই।

চিৰিয়াখানাৰ সহকাৰী বন সংৰক্ষক ও সহকাৰী বন বিষয়াৰ কাৰ্য্যালয়ত অহা ৫ মে’ৰ দিনৰ ১১ বজাৰ ভিতৰত অভিযোগৰ প্ৰমাণ দিবৰ বাবে চিৰিয়াখানা সুৰক্ষা মঞ্চক অনুৰোধ জনাই বুধবাৰে এখন জাননী প্ৰেৰণ কৰিছে চিৰিয়াখানাৰ সহকাৰী বন সংৰক্ষক ও সহকাৰী বন বিষয়াই।

আনহাতে চিৰিয়াখানা কৰ্তৃপক্ষৰ জাননীৰ পিছতে চিৰিয়াখানা সুৰক্ষা মঞ্চই নৰ্থ ইষ্ট নাওক জনাই ‘যাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হয়, তেওঁৰ ওচৰত তথ্য-প্ৰমাণ দাখিল কৰা ঘটনা পৃথিৱীৰ ক’তো শুনিবলৈ পোৱা নাযায়। যাৰ ওচৰত অভিযোগ উত্থাপন কৰা হয়, তেওঁকহে প্ৰমাণ দাখিল কৰা হয়।’

উল্লেখযোগ্য যে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চিৰিয়াখানাৰ ডি এফ অ’ টেৰজ মৰিস্বামীয়ে সীমাৰ ভগা দেৱালৰ বাহিৰে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ বাকী অভিযোগসমূহ অস্বীকাৰ কৰিছিল। পৰ্য্যায়ক্ৰমে ভঙা দেৱালবোৰ মেৰামতি কৰা হ’ব বুলিও তেওঁ মন্তব্য কৰিছিল।

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd