• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী চীন

চীনৰ খাদ্য আৰু কৃষি সংস্থাৰ চাহ সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2018 6:32 pm
tea-570x320
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৭ৰ পৰা ২০ মে’লৈকে চীনৰ হাংজৌত অনুষ্ঠিত হ৭’বলগীয়া আন্তঃচৰকাৰী গোটৰ খাদ্য আৰু কৃষি সংস্থাৰ ২৩ সংখ্যক চাহ সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতে।

ৰাষ্ট্ৰসংঘৰ এটা বিশেষজ্ঞ পেনেলে ইণ্ডোনেছিয়া আৰু ভাৰতক আন্তঃজাতিক চাহ গোট এটাৰ গাঁথনি, গঠন, ভূমিকা আৰু কাৰ্যপন্থাৰ ধাৰণা এটা গঢ় আৰু প্ৰস্তাৱনা দিয়াৰ বাবে অনুৰোধ কৰিছে।

Apply Now

এই গোটৰ ২০১৭ চনৰ আন্তঃকালীন আলোচনাত আন্তঃজাতিক চাহপাত উৎপাদনকৰ্তা পৰিয়ালসমূহৰ সংস্থাটোক উপভোক্তা দেশসমূহৰ সৈতে অন্তৰ্ভুক্ত কৰাৰ বাবে চিনাকি কৰাই দিয়া হৈছিল আৰু চাহ বাগিচাৰ পৰা চাহৰ কাপলৈকে জড়িত থকা আগ্ৰহীসকল আৰু মূল্য-শৃংখলসমূহৰ পৰা সমৰ্থন লাভ কৰা হৈছিল।

এই সংস্থাটোৰ প্ৰধান কাৰ্যালয়ে ২০১৮ চনৰ চীন সন্মিলনত সেয়াও নিশ্চিত কৰিব।

চাহৰ উৎপাদন, সেৱন, বিপণন আৰু মূল্য বিষয়ক শেহতীয়া গতিবিধিৰ বিনিময়ৰ লগতে বিশ্বৰ বজাৰৰ অৱস্থা আৰু হ্ৰস্বম্যাদী দৃষ্টিভংগীৰ নিয়মিত মূল্যায়ন সম্পৰ্কে পৰামৰ্শ প্ৰদান আৰু তথ্য বিনিময়ৰ বাবে গঠিত এখন ফৰামক আন্তঃচৰকাৰী গোটটোৱে প্ৰতিনিধিত্ব কৰিব।

উল্লেখ্য যে ভাৰতত প্ৰায় ২.৫ লাখ ক্ষু্দ্ৰ চাহ খেতিয়ক আছে আৰু তেওঁলোকে মুঠ উৎপাদনৰ ৪৬শতাংশ উৎপাদন কৰে।

সমগ্ৰ বিশ্বৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে চাহ বাগিচাৰ ৭০ শতাংশ এলেকা অধিকাৰ কৰি আছে আৰু তেওঁলোকে বিশ্বৰ মুঠ উৎপাদনৰ ৬০ শতাংশ চাহপাত উৎপন্ন কৰে।বৃহৎ কোম্পানীসমূহৰ মালিকানাধীন চাহ বাগান যথেষ্ট থকা স্বত্ত্বেও চাহপাত উৎপাদনকাৰী দেশসমূহৰ এটা গুৰুত্বপূৰ্ণ অংশ ক্ষুদ্ৰ চাহ খেতিয়কসকলে অধিকাৰ কৰি আছে আৰু বিগত দশককেইটাত ইয়াৰ বৃদ্ধিৰ হাৰ আধিক হৈ গৈ আছে।

ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰ্যকৰী গোটৰ সভাপতি ইণ্ডোনেছিয়াৰ ৰাচমত বদ্ৰুদ্দিনে গোটৰ অগ্ৰগতি সন্দৰ্ভত এটা চমু আভাস দিব।

বিগত বছৰৰ ২২ সংখ্যক আন্তঃকালীন আলোচনাচক্ৰখনত গোটটোৱে বেছিভাগ চাহপাত উৎপাদনকাৰী দেশতেই ক্ষুদ্ৰ চাহ খেতিয়কসকলে মুখামুখি হোৱা গুৰুত্বপূৰ্ণ আৰ্থ-সামাজিক সমস্যাসমূহ তুলি ধৰিছিল।

ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কল্যাণ আৰু জীৱিকাৰ মূল্যায়ন-ভিত্তিক আৰ্থ-সামাজিক অধ্যয়নৰ জৰিয়তে বহনযোগ্যতা আহৰণৰ প্ৰচেষ্টাক সহায় প্ৰয়োজনৰ কথাটো উত্থাপন কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd