DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চীনৰ চাংহাইৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বীৰ পদত অসম সন্তান অধ্যাপক দীপক জৈন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2018 1:22 pm
Dipak C. Jain was named Dean of INSEAD, the international busine
88
VIEWS
Share on FacebookShare on Twitter

এগৰাকী অসম সন্তানে চীনৰ এখন উচ্চ শিক্ষানুষ্ঠানত মুৰব্বীৰ পদত অধিষ্ঠিত হৈছে। তেজপুৰত ডাঙৰ-দীঘল হোৱা অধ্যাপক দীপক জৈনক শেহতীয়াকৈ চীনৰ চাংহাইৰ বিশ্বৰ এখন শীৰ্ষস্থানীয় শিক্ষা প্ৰতিষ্ঠান চীন ইউৰোপ ইণ্টাৰনেচনেল বিজনেছ স্কুলৰ (চি ই আই বি এছ) মুৰব্বীৰ পদত নিয়োগ কৰা হৈছে।

৬১ বছৰীয়া জৈনে শিক্ষা প্ৰতিষ্ঠানখনৰ ইউৰোপিয়ান প্ৰেছিডেণ্টৰ আসন শুৱনি কৰিব। জৈনক পেড্ৰ’ নুৱেনৰ স্থলাভিষিক্ত কৰা হৈছে। নুৱেনে বিগত ২৮ বছৰ ধৰি এই পদত কাৰ্যনিৰ্বাহ কৰি আছিল।

অধ্যাপক জৈন পূৰ্বে বিশ্বৰ আন দুখন আগশাৰীৰ বিজনেছ স্কুলৰ ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কেলগ স্কুল অফ মেনেজমেন্ট আৰু ইনছিড (আই এন এছ ই এ ডি)ৰ দৰে বিশ্বৰ শীৰ্ষস্থানীয় দুখন বিজনেছ স্কুলৰ ডীন হিচাপে হিচাপে কৰ্মৰত আছিল।

‘’ আমি চীনৰ প্ৰতি আগ্ৰহ থকা ব্যক্তিসকলক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছো। যিসকলে ইয়াত কাম কৰিব বিচাৰে তথা ইয়াত কিবা এটা সৃষ্টি কৰাৰ প্ৰচেষ্টা চলাব বিচাৰে, যিসকল ব্যক্তিয়ে বিশ্বৰ এই অংশৰ সৈতে বা যিকোনো অংশৰ সৈতে সম্পৰ্ক গঢ়িব বিচাৰে তেওঁলোকক লক্ষ্য কৰি লোৱা হৈছে,’’- চীনৰ দৈনিক কাকত এখনত অধ্যাপক জৈনে এইদৰে প্ৰকাশ কৰিছে।

সম্প্ৰতি আমেৰিকাৰ চিকাগোত বসবাস কৰা জৈনে প্ৰতি মাহতে ১০–১৫ দিনকৈ চাংহাইত থাকি শিক্ষানুষ্ঠানখনত কাৰ্যনিৰ্বাহ কৰি আছে।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd