DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চীন-ভাৰত সীমান্তত সৰ্ববৃহৎ অনুশীলনত ভাৰতীয় বায়ুসেনা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2018 7:23 pm
Sukhoi-570x320
90
VIEWS
Share on FacebookShare on Twitter

যোৱা সপ্তাহত পাক-ভাৰত সীমান্তত ভাৰতীয় বায়ুসেনা বাহিনীৰ যুঁজাৰু বিমানসমূহে তিনি দিনতেই ৫,০০০ ছৰ্টি সম্পন্ন কৰাৰ পাছত শেহতীয়াভাৱে বায়ুসেনা বাহিনীয়ে লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈকে চীন-ভাৰত সীমান্তত ইয়াৰ বাহিনীসমূহ মোতায়েন কৰিছে আৰু এক সৰ্ববৃহৎ অনুশীলন সম্পন্ন কৰিছে।

সমগ্ৰ ভাৰত বিয়পা গগনশক্তি নামৰ এই অনুশীলনীত বায়ুসেনা বাহিনীৰ সমস্ত যুদ্ধাস্ত্ৰকেই কাৰ্যক্ষম কৰি তোলা হৈছে।

১৯৮৬-৮৭ৰ অপাৰেশ্যন ব্ৰাছটেক অথবা  ২০০১-২০০৩ত ভাৰতৰ সংসদ ভৱনত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱাৰ পাছৰ অপাৰেশ্যন পৰাক্ৰমৰ পাছত সম্পন্ন কৰা এইটোয়েই বৃহত্ত্বম সামৰিক অনুশীলন হিচাপে কোৱা হৈছে।

পাকিস্তান আৰু চীনৰ সৈতে মোকাবিলা কৰাৰ বাবে ৪২টা স্বোৱাড্ৰনৰ আৱশ্যকতা থকা অৱস্থাত মাথোঁ ৩১টা স্কোৱাড্ৰন সম্পন্ন ভাৰতীয় বায়ুসেনাই দুয়োখন ৰাষ্ট্ৰৰ বিৰুদ্ধে আক্ৰমণাত্মক আৰু ৰক্ষণাত্মক যুদ্ধ কৰাৰ সামৰ্থ্যত শান দিয়াৰ বাবে সকলো সীমা অতিক্ৰম কৰিলে।
স্থলসেনা আৰু নৌসেনাৰ সক্ৰিয় সহযোগিতাৰে ভূ-আকাশ-জল সামৰিক অভিযানৰ এই হাই ভল্টেজ অনুশীলনত ১,১০০ খন যুঁজাৰু বিমান, ৬খন চি-১৩০জে শ্ৰেণীৰ সামৰিক পৰিবহণ বিমান আৰু ৭খন এ এন-৩২ শ্ৰেণীৰ সামৰিক পৰিবহন বিমানে অংশগ্ৰহণ কৰিছিল। বিমানবাহী সাৱধানীকৰণ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা (airborne warning and control system) আৰু আকাশী নিৰীক্ষণ আৰু ছু-৩০ৰ এটা ফ্লীটে এটায়াৰ ছুপাৰিয়ৰিটী যুঁজাৰু বিমানে নিৰাপত্তা প্ৰদান কৰিছিল।

হিন্দুস্তান এৰ’নটিকছৰ দৰে  আৰু বেছ ৰিপায়াৰ ডিপোসমূহৰ সৈতে সান্তিৰ সময়ৰ ৫৫-৬০শতাংশৰ পৰিৱৰ্তে সামৰিক ৰাজহুৱা খণ্ডৰ গোট৮৩শতাংশ পৰিসেৱাযোগ্যতা (যি কোনো সময়তে অভিযান চলোৱাৰ বাবে বিমানৰ সংখ্যাৰ উপলদ্ধতা ) লাভ কৰাৰ বাবে ভাৰতীয় বায়ুসেনাই প্ৰণালীবদ্ধভাৱে কাম কৰি আছে।

বাস্তৱ যুদ্ধকালীন সময়ৰ লগতে প্ৰৱল যুদ্ধত তিষ্ঠিব পৰা ক্ষমতাৰ পৰীক্ষা কৰাৰ লগতে অভিযানৰ সামৰ্থ্য আৰু ধাৰণাৰ উমান লোৱাটো এই অনুশীলনৰ লক্ষ্য বুলি ভাৰতীয় বায়ুসেনা বাহিনীৰ এয়াৰ চীফ মাৰ্শ্বেল বিৰেন্দৰ সিং ধানোৱাই প্ৰকাশ কৰিছে।

কিন্তু গেম প্লেনটো পৰিস্কাৰ। যদিহে পশ্চিম কমাণ্ডত সমান সংখ্যক যুঁজাৰু বিমানেৰে শত্ৰুক দিশহাৰা কৰাৰ বাবে সাম্ভাব্য সৰ্বাধিক ছৰ্টি সম্পন্ন কৰাটো, পূব কামাণ্ডৰ উদ্দেশ্য হৈছে ৰকেটৰ আক্ৰমণ এৰাই বিক্ষিপ্ত স্থানৰ পৰা ছুখই-৩০ এম কে আই যুঁজাৰু বিমানেৰে আই এল-৭৮ বিমানেৰে আকাশপথত ইন্ধন ভৰাই ভয়ানক আক্ৰমণ সংঘটিত কৰা।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd