DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰাইদেউত চাওঁতালী ভাষা বিজয়ী (জিৎকাৰ মাঁহা) দিৱসৰ আয়োজন

সুৰেণ বুঢ়াগোঁহাই by সুৰেণ বুঢ়াগোঁহাই
December 10, 2017 10:37 am
চৰাইদেউত চাওঁতালী ভাষা বিজয়ী (জিৎকাৰ মাঁহা) দিৱসৰ আয়োজন
195
VIEWS
Share on FacebookShare on Twitter

ভাষা-সাহিত্য যেনেদৰে শিক্ষা-দীক্ষা,কলা-সংস্কৃতি,জীৱনধাৰণৰ মানদণ্ড,সমাজৰ প্ৰকৃত প্ৰতিচ্ছবি আৰু পৰিচয়ৰ মাপকাঠি, ঠিক তেনেদৰে কোনো এটা জাতিৰ সাহিত্য-সংস্কৃতি যিমানে উচ্চ খাপৰ হয় সেই জাতিৰ আচৰণ- সভ্যতাও সিমানেই উচ্চ খাপৰ হয় । একেদৰেই পিটাৰ ডব্লিউ স্মিথে  চাওঁতাল সকলৰ ভাষাটোৰ দক্ষিণ ভাষাবৰ্গ অষ্ট্ৰিক লেংগুৱেজ গ্ৰুপৰ লগত সম্পৰ্ক নিৰ্ণয় কৰাৰ পিছত ডি,কেম্বেল চাহাবে চাওঁতালী ভাষা ভাৰতৰ অন্যতম পুৰণি ভাষা আৰু অন্যান্য ভাষাৰ লগত তুলনা নহয় বুলি উল্লেখ কৰি চাওঁতালী ভাষাটোৰ মুঠ ৩৫ টা নিজা বৰ্ণমালা থকাৰ কথা উল্লেখ কৰিছে । সকলো বিলাক বিষয় সাঙুৰি কেন্দ্ৰীয় চৰকাৰে যোৱা ২০০৩ চনৰ ২২ ডিচেম্বৰত ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা দিন ধৰি চাওঁতালী সকলে উক্ত দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগত সংগতি ৰাখি ‘সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (AASAA)ৰ’ উদ্যোগত আগন্তুক ২২ ডিচেম্বৰ তাৰিখে উজনি অসমৰ চৰাইদেউ জিলাৰ বৰহাট নগাকটা ৰাজহুৱা খেলপথাৰত ১৫ তম্ চাওঁতালী ভাষা বিজয়ী(জিৎকাৰ মাহাঁ‌) দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে বুলি উদ্যোক্তাসকলে সংবাদ মাধ্যমক জানিবলৈ দিয়াৰ লগতে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজক উপস্থিত থাকি অনুষ্ঠানতো সাফল্যমণ্ডিত কৰি তুলিবলৈ ৰাইজক আহ্বান জনাইছে ।

Recent News

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

আৰক্ষীৰে কথা কটা-কটি: সাংবাদিকক গ্ৰেপ্তাৰ, আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত সৰৱ সাংবাদিক সংগঠন

আৰক্ষীৰে কথা কটা-কটি: সাংবাদিকক গ্ৰেপ্তাৰ, আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত সৰৱ সাংবাদিক সংগঠন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd