• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰাইদেউৰ টিমনত বিদ্যুৎ বিভাগৰ অৱহেলাৰ বাবে যুৱকৰ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
চৰাইদেউ , April 21, 2018 4:18 pm

1 min read

বিদ্যুৎ
86
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায়ে বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে বিভিন্ন ব্যক্তিয়ে প্ৰাণ হেৰুৱাব লগা হৈ আহিছে। এই কথাকে পুনৰাবৃত্তি ঘটাই আজি(শনিবাৰ) চৰাইদেউ জিলাৰ টিংখাং উপ বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত মাহমৰা টিমনত এজন যুৱকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়।

প্ৰাপ্ত তথ্য মতে অঞ্চলটোত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী এটা খুঁটা বেকা হৈ সাধাৰণ ৰাইজলৈ যোগান ধৰা ২২০ ভল্টৰ খুঁটাত স্পৰ্শ কৰে। ফলত অঞ্চলটোৰ হৰিনাথ চাচা নামৰ যুৱকজনে নিজ ঘৰৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ যাওঁতেই বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাবটি ল’ব লগা হয়।

উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ টিংখাং উপ সংমণ্ডলৰ অন্তৰ্গত মাহমৰা টিমনত দীৰ্ঘ দিন ধৰি এই উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী খুঁটাটো বেকা হৈ আছে যদিও বিভাগটোৱে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। আনকি স্থানীয় ৰাইজে সংমণ্ডলটোক অৱগত কৰাৰ পিছতো কাণ-সাৰ নাই বিভাগটোৰ যাৰ ফলত আজি যুৱক জনে কৰণ মৃত্যুক সাবটি ল’ব লগীয়া হয়।

আনহাতে মৃত হৰিনাথ চাচা নামৰ যুৱকজন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন সক্ৰিয় সদস্য আছিল বুলি জানিব পৰা গৈছে।

Recent News

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd