• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰাইদেউ জিলা প্ৰশাসনে এঘণ্টাত ৰোপন কৰিলে ছয় লাখ গছপুলি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2018 8:10 pm
01-04-18 Charaideo- Sapling plantation (1)
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যে চৰাইদেউ জিলা প্ৰশাসনে আজি এক উল্লেখণীয় পদক্ষেপ গ্ৰহণ কৰা দেখা যায়। ‘শ্যামলী চৰাইদেউ’ নামেৰে দেওবাৰে জিলা প্ৰশাসনে আৰম্ভ কৰিলে গছ ৰোপনৰ এক অভিনৱ কাৰ্যসূচী। এক ঘণ্টাত ছয় লাখ ষোল্ল হেজাৰ গছপুলি ৰোপনেৰে অভিলেখ গঢ়িলে চৰাইদেউ জিলা প্ৰশাসনে।

উল্লেখযোগ্য যে জিলাখনৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ লগতে চলা সংৰক্ষিত বনাঞ্চল, দিল্লী সংৰক্ষিত বনাঞ্চলৰ উপৰি বিভিন্ন ৰাজহুৱা স্থান, শিক্ষানুষ্ঠানত চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনৰ নেতৃত্বত জিলাখনৰ দল সংগঠন, যুৱ সংঘ, আত্মসহায়ক গোটৰ সহযোগত আজি দিনৰ ১১ বজাৰ পৰা ১২ বজাৰ ভিতৰত এই অভিলেখ সংখ্যক গছপুলি ৰোপন কৰা হয়।

Apply Now

আনহাতে এই কাৰ্যসূচীৰ জৰিয়তে চৰাইদেউ জিলা প্ৰশাসনে সেউজ চৰাইদেউ গঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত বিবেকানন্দ ফুকনে। ইফালে এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ নগানদী বনগাওঁ অঞ্চলত এখন বিশেষ সভা অনুষ্ঠিত হয়।

উক্ত সভাত অৰণ্য মানৱ তথা পদ্মশ্ৰী যাদৱ পায়েং,  ডিব্ৰু চৈখোৱা কনজাৰভেচন চছাইটিৰ জয়নীল আবেদিন, চাচনি-মেৰবিল ইক’ টুৰিজিম ডেভলপমেণ্ট সমিতিৰ সভাপতি মনি মাণিক গগৈৰ লগতে সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈ, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ উপৰি বহুকেইগৰাকী বিশিষ্ট প্ৰকৃতিপ্ৰেমীয়ে অংশগ্ৰহণ কৰে।

সভাত উপস্থিত থকা আটাইকেইগৰাকী বিশিষ্ট অতিথিয়েই গোলকীয় উষ্ণতা ৰক্ষা কৰাৰ উদ্দেশ্যে আমি গছপুলি ৰোপন কৰি এইবোৰৰ প্ৰতিপালন কৰা নিতান্তই প্ৰয়োজন বুলি মন্তব্য কৰে।

আনহাতে চৰাইদেউ জিলাত বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে অতি শীঘ্ৰে  অভয়পুৰ সংৰক্ষিত বনাঞ্চলত হাতীৰ খাদ্য হিচাবে ধান সিচাঁৰ লগতে কলগছ ৰোপনৰ আঁচনি গ্ৰহণ কৰিব বুলি ঘোষণা কৰে সোনাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈ আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই।

উল্লেখযোগ্য যে ৰাজ্যত বনাঞ্চল ধ্বংস যজ্ঞ অব্যাহত থকাৰ সময়তে চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত ‘শ্যামলী চৰাইদেউ ” শীৰ্ষক আঁচনিৰ জৰিয়তে সেউজ চৰাইদেউ গঢ়াৰ এই পদক্ষেপক সমগ্ৰ জিলাবাসীয়ে শলাগ লোৱাৰ উপৰি কাৰ্যসূচীৰ প্ৰতি স্বত:স্ফুত সঁহাৰি জনোৱা পৰিলক্ষিত হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd