• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছিংগাপুৰত মিষ্টাৰ য়ুনিভাৰ্ছ প্ৰতিযোগিতাত অংশ ল’ব নগাঁৱৰ ছৰিফুল শ‌ইকীয়াই

NE NOW NEWS মিণ্টু দাস
নগাঁও , June 20, 2018 9:31 am

1 min read

9be6f14b-37a4-4ca5-9259-103514898c5a
82
VIEWS
Share on FacebookShare on Twitter

ছিংগাপুৰত অহা ১ জুলাইত অনুষ্ঠিত হ’ব লগা আৰু ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যন (World Fitness Federation) য়ে আয়োজন কৰা মিষ্টাৰ য়ুনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে নগাঁৱৰ শৰীৰ চৰ্চাবিদ ছৰিফুল শইকীয়াই ।

ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰা ছৰিফুল শ‌ইকীয়াই মঙলবাৰে এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে। শৰীৰ চৰ্চাবিদগৰাকীয়ে লগতে কয়, ‘মই মিষ্টাৰ য়ুনিভাৰ্ছ প্ৰতিযোগিতাখনত ৮০ কেজি শাখাত প্ৰতিদ্বণ্ডিতা আগবঢ়াম। ইয়াৰ বাবে মই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছো’।

ইফালে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে খেলুৱৈগৰাকীয়ে ২৮ জুনত নগাঁৱৰ পৰা ছিংগাপুৰলৈ ৰাওনা হ’ব।

উল্লেখ্য যে ছৰিফুলে ইয়াৰ পূৰ্বে তিনিবাৰ মিষ্টাৰ ইণ্ডিয়া খিতাপ লাভ কৰাৰ লগতে বিভিন্ন দেহশ্ৰী প্ৰতিযোগিতাত অংশগ্ৰহণেৰে খিতাপ দখল কৰি নগাঁৱৰ লগতে সমগ্ৰ অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

Recent News

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd