• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ছিকিমৰ যুৱ খেলুৱৈৰ সমৰ্থনত সংঘবদ্ধ আন্তঃজাতিক খেলুৱৈ

সাগৰ চেত্ৰী by সাগৰ চেত্ৰী
April 20, 2018 9:20 pm
the All Sikkim International Athletes Association
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহ প্ৰদান কৰা আৰু আন্তঃজাতিক প্ৰতিযোগিতাত পৰা দেশক প্ৰতিনিধিত্ব কৰাৰ  সপোন পূৰ্ণ কৰিবলৈ   ছিকিমৰ আন্তঃজাতিক খেলুৱৈসকল আজি একোটা ছাটিৰ তলত ঠিয় হৈছেহি। সেই উদ্দেশ্য আগত ৰাখি তেওঁলোকে সদৌ ছিকিম আন্তঃজাতিক খেলুৱৈ সংস্থা (All Sikkim International Athletes Association), চমুকৈ ‘এছিয়া’ (ASIAA) গঠন কৰিছে।

শুকুৰবাৰে এখন সংবাদ মেলত ‘এছিয়া’ৰ  জন্মৰ আনুষ্ঠানিক ঘোষণা হয় আৰু ইয়াৰ উদ্বোধন কৰা হয়। সংস্থাটোৰ উপদেষ্টা হৈছে অলিম্পিয়ান তৰুণদীপ ৰায় আৰু গণেশ চুব্বা, সভাপতি অমৰ চুব্বা, পেমা দৰ্জি ভূটীয়া আৰু সুস্মিতা ৰাই উপ সভাপতি, অৰুণ গুৰুং সাধাৰণ সম্পাদক, ভীম চুব্বা ধন-ভড়ালী, ফুৰ্বা চুব্বা সহকাৰী ধন-ভড়ালী, নবীন কুমাৰ প্ৰধান সাংগঠনিক সম্পাদক আৰু প্ৰকাশ বাছনেত হৈছে সহকাৰী সাংগঠনিক সম্পাদক।

Apply Now

সংবাদ মেলক সম্বোধন কৰি ‘এছিয়া’ৰ সাধাৰণ সম্পাদকে জনায় যে যোৱা বছৰৰ ডিচেম্বৰ মাহৰ ১০ তাৰিখে অনুষ্ঠিত বিভিন্আন শাখাৰ আন্তঃজাতিক খেলুৱৈসকলৰ সভাখনত ৰাজ্যখনৰ খেলুৱৈসকলৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰি  তেওঁলোকে একোখন মঞ্চতেই একেলগে কাম কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ পাছৰ কেইখনমান সভাত হোৱা আলোচনাৰ ভিত্তিত অৱশেষত ‘এছিয়া’ আৰু সংগঠনটোৰ উদ্দেশ্যক গঢ় দিয়া হয়।

‘এছিয়া’ৰ সভাপতিয়ে কৈছে যে নিজৰ নিজৰ শাখাত দেশক প্ৰতিনিধিত্ব সময়ত তেওঁলোক নানা প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল আৰু সেয়েহে ভবিষ্যতৰ আন্তঃজাতিক প্ৰতিযোগিতাৰ বাবে যোগ্যতা আৰ্জন কৰা খেলুৱৈক বিত্তীয়ভাৱে আৰু নৈতিকভাৱে সমৰ্থন দিয়াটো তেওঁলোকৰ প্ৰাথমিক লক্ষ্য কৰি লৈছে। তেওঁ আৰু কৈছে যে উঠি আহা খেলুৱৈসকলক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ অগুৱাই যোৱাৰ বাবে প্ৰযোজনীয় পথ প্ৰদৰ্শন আৰু উৎসাহ যোগাব।

মি: চুব্বাই আৰু কৈছে যে যুৱ খেলুৱৈসকলৰ কল্যাণৰ বাবে একেলগে কাম কৰাৰ বাবে ৰাজ্যখনৰ আন্তঃজাতিক খেলুৱৈসকলক ‘এছিয়া’ই একোটা ছাটিৰ তলত  একেলগ কৰিছে। তেওঁলোকে তেওঁলোকৰ অভিজ্ঞতা আৰু খ্যাতিক যুৱচাম খেলুৱৈক উৎসাহ যোগোৱা আৰু পথ প্ৰদৰ্শন কৰাৰ বাবে ব্যৱহাৰ কৰিব বুলি তেওঁ কয়।

এছিয়াৰ উপ সভাপতি সুস্মিতা ৰায়ে উল্লেখ কৰে যে দেশক প্ৰতিনিধিত্ব কৰা এগৰাকী খেলুৱৈক যথেষ্ট পৰিমাণে অৰ্থৰ প্ৰযোজন হয়, বহুতো প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈয়ে অৰ্থৰ অভাৱত আঁতৰি আহিবলগীয়া হয়।

তেওং আৰু কয় যে আন্তঃজাতিক ক্ষেত্ৰত দেশক প্ৰতিনিধিত্ব কৰিবলৈ আগবঢ়া স্থানীয় খেলুৱৈৰ পৃষ্ঠপোষকতা কৰাৰ বাবে ‘এছিয়া’ই ব্যক্তিগত কোম্পানীসমূহক সৈমান কৰিবলৈ প্ৰচেষ্টা কৰিব। তেওঁ আৰু কয় যে ৰাজ্যখনৰ প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈৰ বাবে পথ মুকলি কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব।

সাগৰ চেত্ৰী

সাগৰ চেত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd