• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

ছিকিম গণতান্ত্ৰিক মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাংসদ পিডি ৰাইৰ শুভেচ্ছা

NE NOW NEWS এন ই নাও
গেংটক , March 4, 2018 12:25 pm

1 min read

SDF
79
VIEWS
Share on FacebookShare on Twitter

ছিকিম গণতান্ত্ৰিক মঞ্চ চমুকৈ এছডিএফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে সাংসদ প্ৰেম দাস ৰায়ে।

ছ’চিয়েল নেটৱৰ্কিং ছাইট টুইটাৰযোগে এক টুইট কৰি ৰায়ে কয়: যিসকল লোকে ছিকিমত বাস কৰে আৰু ৰাজ্যখনক ভাল পায় সেই সকলোকে ছিকিম গণতান্ত্ৰিক মঞ্চৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে মই আন্তৰিক শুভেচ্ছা, অভিনন্দন জ্ঞাপন কৰিছো। জয় এছ ডিএফ, জয় ছিকিম।–নতুন ছিকিম সুখী ছিকিম-। আমাৰ সকলো নেতালৈ ধন্যবাদ।

উল্লেখ্য যে দেওবাৰে ছিকিম গণতান্ত্ৰিক মঞ্চৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসটি উলহ মালহেৰে ৰংগপুত উদযাপন কৰা হয়।

দলীয সূত্রই প্রকাশ কৰা অনুসৰি অহা বৰ্ষত ৰাজ্যখনত অনুষ্ঠিতব্য বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তথা ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে এছডিএফে এই কাৰ্যসূচীৰ জৰিয়তে ভৱিষ্যৎ কাৰ্যপন্থা ঘোষণা কৰাৰ সম্ভৱনা আছে।

ছিকিম গণতান্ত্ৰিক মঞ্চৰ এই প্ৰতিষ্ঠা দিৱসক লৈ ইতিমধ্যে ব্যাপক উছাহ উদ্দীপনা দেখা গৈছে দলটোৰ কৰ্মী সকলৰ মাজত। অনুষ্ঠানটোত ভিন্ন সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে এছডিএফৰ শীৰ্ষ সূত্ৰই।

উল্লেখ্য ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পৱন চামলিং উপস্থিত থাকিবলগীয়া অনুষ্ঠানটোত কালিমপুঙৰ বিখ্যাত নাট্যগোষ্ঠী ‘ভানু ৰা পালা’ই নাট প্ৰদৰ্শন কৰিব।

সম্প্ৰতি ইয়াকে লৈ পাহাৰীয়া জিলাখনৰ ৰাইজৰ মাজত যথেষ্ঠ উছাহ দেখা পোৱা পৰিলক্ষিত হৈছে।

 

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd