• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছিকিম ‘গ্ৰীণ এম্বেছেডৰ’ৰ আনুষ্ঠানিক স্বীকৃতি বলিউড কণ্ঠশিল্পী মোহিত চৌহানক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2018 1:11 pm
mohit

কণ্ঠশিল্পী মোহিত চৌহান

92
VIEWS
Share on FacebookShare on Twitter

ছিকিমৰ গ্ৰীণ এম্বেছেডৰ হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰিলে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী মোহিত চৌহান। যোৱা ২১ জুনত এইগৰাকী কণ্ঠশিল্পীক ছিকিম চৰকাৰে এই গ্ৰীণ এম্বেছেডৰৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।

ৰাজ্যখনৰ গেংটক চহৰৰ গলিটাৰত বন বিভাগৰ উদ্যোগত অনুষ্ঠিত পৰিৱেশ সম্পৰ্কীয় এক অনুষ্ঠানত শিল্পীগৰাকীক এই প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

মানৱ আৰু প্ৰকৃতিৰ মাজত থকা চিৰন্তন সম্পৰ্কক দৃঢ় কৰাৰ সংকল্পবদ্ধৰে এই প্ৰমাণ পত্ৰ গ্ৰহণ কৰে শিল্পীগৰাকীয়ে।

উল্লেখ্য যে শেহতীয়াকৈ ছিকিম চৰকাৰে মানৱ আৰু গছৰ মাজত বন্ধুত্ব স্থাপনৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে।

স্থানীয় লোকাচাৰ অনুসৰি ছিকিমত ৰড’ডেনড্ৰ’ণ গছক লৈ এক অনুষ্ঠান উদযাপন কৰাৰ এক পৰম্পৰা আছে। মানুহ আৰু প্ৰকৃতিৰ মাজত যাতে চিৰন্তন সম্পৰ্ক গঢ়ি তুলিব পাৰি সেয়ে এনেধৰণৰ অনুষ্ঠান উদযাপন কৰা হয়।

উল্লেখ্য যে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ছিকিমক পৰিৱেশ সংবেদনশীল(গ্ৰীণ ডেষ্টিনেশ্যন) হিচাপে আগবঢ়ায় নিবলৈ ৰাজ্য চৰকাৰে বলিউডৰ প্ৰখ্যাত কণ্ঠশিল্পী মোহিত চৌহানক যোৱা ১০ মে’ত গ্ৰীণ এম্বেছেডৰ হিচাপে মনোনীত কৰিছিল। আৰু তাৰ পাছত যোৱা বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰে গ্ৰীণ এম্বেছেডৰৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।

Recent News

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd