• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সন্তোষ ট্ৰফীৰ বাবে ছিকিম দলৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে বাইছুং ভূটীয়াই

এন ই নাও নিউজ by এন ই নাও নিউজ
January 17, 2018 1:46 pm
বাইছুং ভূটীয়া
92
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন ভাৰতীয় ফুটবল দলৰ অধিনায়ক তথা দুৰ্দান্ত ষ্ট্ৰাইকাৰ বাইছুং ভূটীয়াক আগন্তুক সন্তোষ ট্ৰফীৰ বাবে ছিকিম দলৰ দায়িত্বভাৰ অৰ্পণ কৰিছে ছিকিম ফুটবল সন্থাই। বৰ্তমান প্ৰাক্তন ফুটবলাৰগৰাকীয়ে SFA কাৰিকৰী উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

পাটনাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত পূব মণ্ডলক প্ৰতিনিধিত্ব কৰা ছিকিমৰ গ্ৰুপত বিহাৰ আৰু উৰিষ্যাই প্ৰতিদ্বণ্ডিতা আগবঢ়াব। ইয়াৰ উপৰি পূব মণ্ডলৰহৈ যোৱা বছৰৰ চেম্পিয়ন দল বেংগলৰ লগতে চত্তিছগড় আৰু ঝাৰখণ্ডেও প্ৰতিদ্বণ্ডিতা কৰিব। প্ৰত্যেক গ্ৰুপৰে শীৰ্ষ দুটা দলে চূড়ান্ত পৰ্যায়ৰ ৰাউণ্ডত প্ৰৱেশ কৰিব।

উল্লেখ্য যে বাইছুং ভূটীয়া বিগত কিছু দিনৰ পৰা ছিকিম ফুটবলৰ সৈতে জড়িত হৈ আছিল আৰু প্ৰথমবাৰৰ বাবে প্ৰশিক্ষকৰ দৰে গুৰু দায়িত্ব গ্ৰহণ কৰিব।

‘হয়, মই ছিকিম ফুটবল দলৰ প্ৰশিক্ষক হিচাপে দায়িত্বভাৰ ল’বলৈ সিদ্ধান্ত লৈছো’, প্ৰাক্তন ভাৰতীয় ষ্ট্ৰাইকাৰগৰাকীয়ে এই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

‘এই বছৰ মই ছিকিম ফুটবল সন্থাৰ লগত জড়িত হৈ স্থানীয় ফুটবল প্ৰতিযোগিতা আয়োজনত মনোনিৱেশ কৰিছিলো। ইয়াৰ পূৰ্বে এনেধৰণৰ ডাঙৰ প্ৰতিযোগিতা কোনেও আয়োজন কৰা নাই আৰু এয়া আমাৰ বাবে এক বৃহৎ সফলতা’, এনেদৰে কয় প্ৰাক্তন খেলুৱৈগৰাকীয়ে। .

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd