• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ছুপাৰ কাপ ফুটবল : শ্বিলং লাজঙে ৩-২ ব্যৱধানত পৰাস্ত কৰিলে শক্তিশালী এফ চি পুনে চিটিক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2018 5:28 pm
shillong lajong vs pune city fc
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ফুটবলৰ নৱতম সংযোজন ছুপাৰ কাপ ফুটবল টুৰ্ণামেণ্টত বুধবাৰে এফ চি পুনে চিটি আৰু উত্তৰ-পূবৰ শক্তিশালী দল শ্বিলং লাজঙৰ মাজত অনুষ্ঠিত হোৱা তীব্ৰ উত্তেজনা আৰু ৰোমাঞ্চকৰ মেচখন ৩-২ ব্যৱধানত বিজয়ী হয় শ্বিলং লাজং।

উৰিষ্যাৰ ভূৱনেশ্বৰস্থিত কালিংগা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কালিৰ মেচখনত প্ৰথমাৰ্ধত পুনে চিটিয়ে দমনীয় খেল প্ৰদৰ্শন কৰি দুটা গ’ল কৰিবলৈ সক্ষম হয়। প্ৰত্যুত্তৰত লাজঙ দলে এক গ’ল কৰে যদিও ২-১ত পিছ পৰিয়েই প্ৰথমাৰ্ধৰ খেল সমাপ্ত পৰে।

Apply Now

কালি অনুষ্ঠিত হোৱা প্ৰী কোৱাৰ্টাৰ পৰ্যায়ৰ মেচখনত প্ৰথমাৰ্ধৰ ঠিক ১৭ মিণিটতে পুনেৰ হৈ জনাথন লুক্কাই প্ৰথম গ’ল কৰে। আৰু ইয়াৰ ঠিক পাঁচ মিণিট পাছতেই পুনেক দ্বিতীয়টো অগ্ৰগতি দিয়ে মাৰ্ছেলিনহোৱে। প্ৰথম ২২ মিণিটতে দুই গ’লৰ অগ্ৰগতি লোৱা পুনে এফ চিক লাজঙৰ হৈ প্ৰথমটো আঘাত দিয়ে আব্দুল্লায়ে কফ্ফীয়ে। লাজঙৰ হৈ এই গ’লটো আহে ২৯ মিণিটত।

মেচখনৰ দ্বিতীয়াৰ্ধত শ্বিলং লাজঙে অধিক আক্ৰমণাত্মক মনোভাবেৰে খেলপথাৰত নামে আৰু নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়। মেচৰ ৬১ মিণিটত লাজঙৰ হৈ ৰাকেশ প্ৰধানে সমতাসূচক গ’লটো পৰিশোধ কৰে।

উল্লেখ্য যে মেচখন অধিক ৰোমাঞ্চকৰ হৈ পৰে যেতিয়া মেচখনৰ অতিৰিক্ত সময়ৰ দুই মিণিট যোৱাত লাজঙে তৃতীয়টো গ’ল কৰে। লাজঙৰ হৈ চেমুৱেলে তৃতীয়টো গ’ল কৰাৰ লগে লগেই লাজঙে অভিজ্ঞ ক্লাব পুনে চিটিক পৰাস্ত কৰিবলৈ সক্ষম হয়।

ইফালে পুনে চিটিৰ অধিনায়ক মাৰ্ছেলিনহো মেচৰ দ্বিতীয়খন হালধীয়া কাৰ্ড পায় খেলপথাৰ পৰিত্যাগ কৰিবলগীয়া হোৱাত মেচখনৰ বাকী সময় পুনে চিটিয়ে ১০ গৰাকী খেলুৱৈৰ দ্বাৰাই অতিবাহিত কৰে।

উল্লেখ্য যে বৰষুণৰ ফলত খেলৰ বাবে অনুপযোগী হোৱা কালিংগা ষ্টেডিয়ামত প্ৰথমাৰ্ধৰ ২৯ মিণিটৰ ভিতৰতে তিনিটাকৈ হোৱা গ’লে উপস্থিত থকা দৰ্শকক বেছ আমোদ দিয়ে।

আনহাতে ছুপাৰ কাপ ফুটবল প্ৰতিযোগিতাখনৰ প্ৰথম সংস্কৰণৰ কোৱাৰ্টাৰ ফাইনেলত শ্বিলং লাজঙৰ সন্মুখত প্ৰত্যাহ্বান জনাব মোহন বাগান দলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd