• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছেবাৰ অধ্যক্ষক এবছুৰ সাক্ষাৎ : ভুল-ভ্ৰান্তি নোহোৱাকৈ বড়ো মাধ্যমৰ প্ৰশ্নকাকত যুগুতোৱাৰ আহ্বান

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 4, 2018 5:12 pm
ABSU_delegation
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ প্ৰশ্নকাকত যাতে ভুল-ভ্ৰান্তিৰ পৰা সম্পূৰ্ণ মুক্ত হয় আৰু পৰীক্ষাৰ্থীসকলে ত্ৰুটিমুক্ত প্ৰশ্নকাকত লাভ কৰে- সেইটো নিশ্চিত কৰিবলৈ ছেবাৰ অধ্যক্ষক আহ্বান জনালে এবছুৰ এটা প্ৰতিনিধি দলে। এটা সূত্ৰমতে এবছুৰ উপ-সভাপতি দ্বীপেন বড়ো আৰু শিক্ষা সচিব কাষ্টম বসুমতাৰীৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে শনিবাৰে গুৱাহাটীত মাধ্যমিক শিক্ষা ব’ৰ্ড অসম (ছেবা)ৰ অধ্যক্ষক লগ কৰি এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ দিয়ে। স্মাৰকপত্ৰখনত বাৰে বাৰে হৈ থকাৰ দৰে এইবাৰ যাতে ভুল-ভ্ৰান্তিৰে প্ৰশ্নকাকত ছপা কৰা নহয়, তাৰ বাবে উপযুক্ত কাৰ্য্যব্যৱস্থা ল’বলৈ আহ্বান জনোৱা হৈছে।

উল্লেখযোগ্য যে নিৰ্ধাৰিত কাৰ্য্যসূচী অনুসৰি অহা ১৬ ফেব্ৰুৱাৰিৰ পৰা ৮ মাৰ্চলৈ ২০১৮ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব।

Apply Now

পৰীক্ষা নিখুঁত কৰাৰ আহ্বানৰ লগতে আন কেইবাটাও বিষয় অধ্যক্ষজনৰ দৃষ্টিগোচৰ কৰায় প্ৰতিনিধি দলটোৱে। প্ৰতিনিধি দলটোৰ এজন নেতৃত্ববহনকাৰী দ্বীপেন বড়োৱে কয় যে যদিও ২০০৩ চনত বিটিচ গঠন কৰা হ’ল, সুপ্ৰশাসন তথা দ্ৰুত সেৱাৰ বাবে বাবে নতুনকৈ তিনিখন জিলা ক্ৰমে চিৰাং, বাগচা আৰু ওদালগুৰি সৃষ্টি কৰা হ’ল, যোৱা এটা দশকত এই দিশটো প্ৰায় অৱহেলিত হৈ আছে। আনকি এ পি এছ চিয়ে পতা কোনো প্ৰতিযোগিতামূলক পৰীক্ষা কেন্দ্ৰ জিলাকেইখনত আজি পৰ্য্যন্ত নহ’ল, যাৰ বাবে ইয়াৰ পৰীক্ষাৰ্থীসকলে আন ঠাইত গৈ পৰীক্ষা দিব লাগে। তেওঁ এই জিলাকেইখনত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে পৰীক্ষাকেন্দ্ৰ স্থাপন কৰিবলৈ আহ্বান জনায়।

আনহাতে এ পি এছ চিত বড়ো ভাষাৰ প্ৰশ্নকাকত অন্তৰ্ভুক্ত কৰাৰ বাবে বড়োৱে ছেবাক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ আন আন প্ৰতিযোগিতামূলক পৰীক্ষাবোৰতো অসমীয়া আৰু ইংৰাজীৰ লগতে বড়ো ভাষাকো অন্তৰ্ভুক্ত কৰাৰ দাবী জনায়।

এবছুৰ এটা সূত্ৰই কয় যে ছাত্ৰ সংগঠনটোৱে এন আৰ চিৰ খচৰা সময়ত প্ৰকাশ কৰাৰ বাবে এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাক কৃতজ্ঞতা জনাইছে। লগতে সংগঠনটোৱে এইটোও কৈছে নামবোৰত অসংখ্য ভুল আছে। ইয়াক শুধৰাব পৰাকৈ এটা এপ প্ৰস্তুত কৰিব লাগে। কিছুমান নাম বড়ো ভাষাত নাই বুলিও অভিযোগ কৰে সংগঠনটোৰ নেতৃত্বই।

 

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

June 24, 2026 11:40 am
ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

June 24, 2026 10:40 am
বিশ্বকাপৰ  খবৰ : পানামাক ১-০ গ’লত পৰাস্ত কৰি ক্ৰোৱেচিয়াৰ বিজয় অভিযান আৰম্ভ

বিশ্বকাপৰ  খবৰ : পানামাক ১-০ গ’লত পৰাস্ত কৰি ক্ৰোৱেচিয়াৰ বিজয় অভিযান আৰম্ভ

June 24, 2026 10:09 am
দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

June 24, 2026 9:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

June 24, 2026 11:40 am
ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

June 24, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd