• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জগদুৱাৰত তীব্ৰবেগী ডাম্পাৰে ছিঙিলে ৮ বছৰীয়া শিশুৰ হাত

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , August 7, 2018 7:02 pm

1 min read

কাজিৰঙাৰ দিৰিং চাৰিআলিত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত

প্ৰতিনিধিত্বমূলক ছবি

67
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়ক থানাৰ অন্তৰ্গত জগদুৱাৰৰ ফুড ভিলা ৰেষ্টুৰেণ্টৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কালি বিয়লি সংঘটিত এক পথ দুৰ্ঘটনাত বাছত গৈ থকা এটি শিশুৰ সোঁহাতখন চিঙি যায়।

ঘটনাৰ বিৱৰণী মতে বোকাখাতৰ পৰা গেলেকী অভিমুখে গৈ থকা এ এছ ২৪ চি ২১৭৭ নম্বৰৰ ব’ন চাৰ্ভিছ বাছখনক বিপৰীত দিশৰ পৰা অহা এ এছ ০৪ বি চি ০৯২৩ নম্বৰৰ তীব্ৰবেগী ডাম্পাৰখনে অতিক্ৰম কৰাৰ সময়ত খুন্দা মৰাত মাক দেউতাকৰ সৈতে বাছত গৈ থকা গণেশ হাজামৰ পুত্ৰ আদিত্য হাজাম নামৰ ৮ বছৰীয়া শিশুটিৰ সোঁ হাতখন চিঙি যোৱাৰ লগতে তেওঁ গুৰুতৰ ভাৱে আহত হয়।

স্থানীয় ৰাইজৰ তৎপৰতাত শিশুটিক তাৎক্ষণিকভাৱে টীয়ক এফ আৰ ইউ লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে পিছত যোৰহাটলৈ প্ৰেৰণ কৰা হয়।

টীয়ক আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহন কেইখনখ জব্দ কৰিছে।

Recent News

a bcd

অৱশেষত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা চূড়ান্ত

a modi som

সোমনাথ মন্দিৰৰ অধ্যক্ষ পদত মোৰাৰজী দেশাইৰ পিছত দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী মোদী

a mori

গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত মৰিগাঁৱত পৰ্যালোচনা সভা

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd