• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জটিল ৰোগত আক্ৰান্ত গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰী মূৰ্চনাৰ চিকিৎসাৰ বাবে আৱশ্যক আপোনাৰ কিছু সহায়

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 1, 2018 8:49 pm

1 min read

জটিল ৰোগত আক্ৰান্ত গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰী মূৰ্চনাৰ চিকিৎসাৰ বাবে আৱশ্যক আপোনাৰ কিছু সহায়
80
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞানৰ ষষ্ঠ ষান্মষিকত অধ্যয়নৰত এগৰাকী মেধাবী ছাত্ৰী মূৰ্চনা গায়ন। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, তেওঁ বৰ্তমান দুৰাৰোগ্য ৰোগত আক্ৰান্ত।

প্ৰথম অবস্থাত হেপেটাইটিছ এ ৰোগত আক্ৰান্ত মূৰ্চনাৰ অবস্থা ক্ৰমাৎ বেয়াৰ ফালে ঢাল খোৱাত তেওঁক ততাতৈয়াকৈ লৈ যোৱা হৈছিল দিল্লীৰ গুৰগাওঁস্থিত মেডান্টা মেডিচিটী হাস্পতাললৈ। চিকিৎসকে পৰীক্ষা কৰাৰ অন্তত দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ পাকস্থলীৰ ৮০ শতাংশই বিকল হৈ পৰা বুলি জানিবলৈ দিয়ে।

যোৱা ১১ দিন ধৰি গুৰগাঁৱৰ হাস্পতালখনত চিকিৎসাধীন হৈ থকা মূৰ্চনাৰ পাকস্থলী স্থানান্তৰ কৰাৰ  বাবদ তেওঁৰ পৰিয়ালক বৰ্তমান প্ৰয়োজন ৩৫-৪০ লাখ টকা।

এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী মূৰ্চনাৰ পিতৃ পল্লব প্ৰীতম গায়নৰ বাবে নিজ কন্যাৰ চিকিৎসাৰ বাবদ প্ৰয়োজনীয় ইমান বৃহৎ পৰিমানৰ ধন যোগাৰ কৰাটো অসম্ভৱ হৈ পৰিছে।

সেয়েহে তেওঁৰ পৰিয়ালৰ লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলে মূৰ্চনাৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰ তথা ৰাইজক বিনম্ৰভাবে অনুৰোধ জনাইছে।

কোনো ইচ্ছ্যুক ব্যক্তিয়ে তেওঁক সহায়ৰ হাত আগবঢ়াব বিচাৰিলে মুৰ্চনাৰ বেংক একাউন্ট নম্বৰ 80101034022, আই এফ এছ চি ক’ড  YESB0CMSNOC আৰু পিতৃ পল্লব প্ৰীতম গায়নৰ একাউন্ট নম্বৰ 20134802797, আই এফ এচ চি ক’ড SBIN0004134 ৰ জৰিয়তে সাহায্য প্ৰদান কৰিব পাৰে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd