• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতিকৰণ : ২৭ জুনৰ পৰা ধাৰাবাহিক আন্দোলনৰ ঘোষণা জনগোষ্ঠীয় ঐক্যমঞ্চৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 21, 2018 9:24 am
STStatus-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদা দিয়াৰ আশ্বাস দিছিল। কিন্তু শাসনলৈ অহাৰ পাছত তেওঁলোকে জনজাতিকৰণৰ বিষয়টোৰ পৰা সম্পূৰ্ণ ফালৰি কাটি পৃষ্ঠভংগ দিছে। সেই বাবেই এতিয়া নিজৰ প্ৰাপ্যৰ বাবে জনগোষ্ঠীয় ঐক্যমঞ্চই আন্দোলন অব্যাহত ৰাখিবগীয়া হৈছে।

বুধবাৰে ছয় জনগোষ্ঠীৰ ঐক্যমঞ্চই আহ্বান কৰা এখন সংবাদমেলত এইদৰে ব্যক্ত কৰে ইয়াৰ নেতৃবৰ্গই। সংবাদমেলত উপস্থিত থকা জনগোষ্ঠীসমূহৰ ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকলে বিজেপি চৰকাৰ মিছলীয়া, ঠগৰ চৰকাৰ বুলিও অভিহিত কৰে।

Apply Now

তেওঁলোকে অভিযোগ কৰে যে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ বক্তব্যই বিজেপিৰ এই মিথ্যাচাৰ প্ৰমাণিত কৰিছে আৰু মন্ত্ৰীগৰাকীয়ে অসমৰ খিলঞ্জীয়া সমাজখনৰ দীৰ্ঘদিনীয়া দাবীক চূড়ান্ত অৱমাননা কৰিছে।

লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে বিজেপি শাসনলৈ আহিলে তিনি মাহৰ ভিতৰত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰৰ তিনিটা বছৰ পাৰ হোৱাৰ পাছতো জনজাতিৰ মৰ্যাদা দিয়াত ব্যৰ্থ হোৱাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্য দুৰ্ভাগ্যজনক।

সংবাদমেলত উপস্থিত থকা জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে এই ছয় জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধিসকলক প্ৰকৃততে ভয়াতুৰ। তেওঁলোকে নিজৰ স্বাৰ্থ বিঘ্নিত হোৱাৰ ভয়ত নিজৰ জনগোষ্ঠীৰ প্ৰতি থকা দায়িত্ববোধ পাহৰি পেলাইছে।

বুধবাৰে তিনিচুকীয়াৰ হোটেল কিৰণ ৰেছিডেন্সিত অনুষ্ঠিত জনগোষ্ঠীয় ঐক্যমঞ্চৰ কাৰ্য্য নিৰ্বাহক সভাত বিজেপি চৰকাৰে জনজাতিকৰণৰ ক্ষেত্ৰত দেখুওৱা হঠকাৰিতাৰ বিৰুদ্ধে এলানি ধাৰাবাহিক আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ঐক্যমঞ্চৰ নেতৃবৰ্গই সংবাদমেলত আন্দোলনৰ কাৰ্যসূচীৰ সৱিশেষ জনাই সদৰি কৰে যে অহা ২৭ জুনত গুৱাহাটীত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী, ১৭ জুলাইত তিনিচুকীয়াৰ চলিহা নগৰ খেলপথাৰত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী, ১৭ জুলাইত তিনিচুকীয়াৰ চলিহা নগৰ খেলপথাৰত গণ সমাৱেশ, ২১ জুলাইত ডিব্ৰুগড়ৰ চলিহা নগৰত গণ সমাৱেশ, ২৩ আৰু ২৪ জুলাইত ৪৮ ঘণ্টীয়া অসম বন্ধৰ আহ্বান আৰু ৩০ জুলাইত দিল্লীত ১০ ঘণ্টীয়া গণ অনশন কাৰ্যসূচী হাতত লৈছে।

তদুপৰি এই আন্দোলনত জনগোষ্ঠীটোৰ সকলো লোককে জড়িত কৰিবলৈ ঐক্যমঞ্চই জনগোষ্ঠীয় অধ্যুষিত গ্ৰামাঞ্চলত গণ সমাৱেশৰ আয়োজন কৰিব।

বুধবাৰৰ জনগোষ্ঠীয় ঐক্যমঞ্চৰ কাৰ্য্য নিৰ্বাহক সভাত অৰুণ জ্যোতি মৰাণ, লিটুল বুঢ়াগোহাঁই, ৰাজেন কুমাৰ, ডেভিদ চেতিয়া, তৰুণ বৰুৱা মৰাণ, নৱ মৰাণ, উদয় শংকৰ মহন, যতীন দিহিংগীয়া, বিনোদ পাত্ৰ, ধৰণী গোহাঁই, দেৱৰ্শী চেতিয়া, ৰূপেশ তাঁতী, বিজয় তাঁতী, দুৰ্গা কোঁৱৰ, দুলাল বৰুৱা, ঋতু শইকীয়া, মিলন বুঢ়াগোহাঁইকে ধৰি জনগোষ্ঠীয় সংগঠনসমূহৰ  নেতা তথা বিষয়ববীয়া উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd