• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনপ্ৰিয় কণ্ঠশিল্পী জুবলীক গুলীয়াই মৰাৰ ভাবুকি : অভিযুক্তক আটক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 31, 2018 10:23 pm

1 min read

জুবলীক
103
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ জনপ্ৰিয় কন্ঠশিল্পী জুবলীক হত্যাৰ ভাবুকি দিয়া অভিযুক্তক আটক দিচপুৰ আৰক্ষীৰ।

প্ৰাপ্ত তথ্য মতে দিচপুৰ আৰক্ষীয়ে শনিবাৰে নিশা কণ্ঠশিল্পী গৰাকীক ফোন যোগেৰে গুলীয়াই মৰাৰ ভাবুকি দিয়া অভিযুক্তক আটক কৰে। আৰক্ষীয়ে ধৃত অভিযুক্তক ভাস্কৰ চৌধুৰী বুলি চিনাক্ত কৰিছে।

ভাস্কৰ চৌধুৰীক জটিয়াৰ পৰা দিচপুৰ আৰক্ষীয়ে আটক কৰে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ধৃত ভাস্কৰ চৌধুৰীয়ে শনিবাৰে পুৱা জনপ্ৰিয় কণ্ঠশিল্পী জুবলীৰ মিউজিক বেণ্ডৰ সদস্য সিদ্ধাৰ্থ চোধুৰীক অভয়াপুৰীত অনুষ্ঠিত হ’ব লগীয়া জুবলীৰ এটা সংগীতানুষ্ঠান বাতিল কৰিবলৈ ভাবুকি দিছিল।  লগতে অনুষ্ঠান বাতিল নকৰিলে গুলীয়াই প্ৰাণে মৰাৰ ভাবুকি দিছিল।

জানিব পৰা মতে উক্ত সংগীতানুষ্ঠানটো অভয়াপুৰীত ১৭ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ কথা আছিল। ইফালে ধৃত ভাস্কৰে ভাবুকি দিয়াৰ সময়ত নিজকে ছালফা বুলি চিনাকী দিছিল।

আৰক্ষীয়ে ইতিমধ্যে ধৃত ভাস্কৰক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Recent News

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

ajit

চীনৰ সৈতে সংঘাতৰ মাজতে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাললৈ ফোন মাৰ্কিন নিৰাপত্তা উপদেষ্টাৰ

DEEP

লাল কিল্লাৰ হিংসাত্মক কাণ্ডৰ মূল অভিযুক্ত দীপ সিদ্ধু পলাতক!

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd