• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাগীৰোড আৰু পাঁচগ্ৰামস্থিত কাগজ কলৰ কৰ্মচাৰীৰ তিনিমাহৰ দৰমহা মুকলি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 31, 2018 9:31 pm

1 min read

জাগীৰোড আৰু পাঁচগ্ৰামস্থিত কাগজ কলৰ কৰ্মচাৰীৰ তিনিমাহৰ দৰমহা মুকলি
150
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰ্যালয়ে আজি হিন্দুস্তান পেপাৰ কৰ্পৰেশ্বনৰ অধীনৰ জাগীৰোডস্থিত নগাঁও কাগজ কল আৰু পাঁচগ্ৰামস্থিত কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ তিনিমাহৰ দৰমহা মুকলি কৰি দিয়ে।

কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰ্যালয়ে দৰমহাৰ বাবদ দিবলগীয়া ধন আজি হিন্দুস্তান পেপাৰ কৰ্পৰেশ্বনলৈ হস্তান্তৰ কৰে।

শনিবাৰে এক বিবৃতি যোগে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ তিনি মাহৰ মুকলি কৰি দিয়াৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গুৰু উদ্যোগ আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগ দপ্তৰৰ মন্ত্ৰী আনন্দ গীটেক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সম্পৰ্কত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰীৰ লগত অনুষ্ঠিত হোৱা আলোচনাকালত কাগজ কল দুটাৰ কৰ্মচাৰীৰ দৰমহা মুকলি কৰি দিয়াৰ বাবে অনুৰোধ জনাই আহিছিল।

আনহাতে উদ্যোগ দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে পক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।

Recent News

Prafulla satyabrata

মহাজোঁটৰ বাবে মহা অংক লৈ গুৱাহাটীত উপস্থিত প্ৰফুল্ল কুমাৰ মহন্ত

ajp

অসম জাতীয় পৰিষদৰ কোনে ক’ৰ পৰা লাভ কৰিলে প্ৰাৰ্থিত্ব?

Grand-Allience-750x375

কংগ্ৰেছ মহাজোঁটে ২১টা সমষ্টি এৰি দিলে মিত্ৰ AIUDF ক, কি কি সমষ্টি দিলে এৰি?

a bjp

প্রতীক্ষাৰ অন্ত: বিজেপি মিত্ৰজোঁটে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা, কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd