• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ গোৱাত আপত্তি কিয় সদৌ মৰাণ ছাত্ৰ সন্থাৰ?

মুকুট দাস by মুকুট দাস
June 28, 2018 10:35 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জাতীয় সংগীতৰ ৰচক লক্ষ্মীনাথ বেজবৰুৱাই ‘বীণ ব’ৰাগী’ নামৰ কবিতাটোত মৰাণসকলৰ বিৰুদ্ধে কৰি যোৱা গোষ্ঠীবিদ্বেষী মন্তব্যৰ প্ৰতিবাদত মৰাণ জনগোষ্ঠীৰ লোকসকলে নিজৰ ৰাজহুৱা অনুষ্ঠানত আজিও নাগায় ‘অ’ মোৰ আপোনাৰ দেশ’।

‘লক্ষ্মীনাথ বেজবৰুৱাক আমি সন্মান কৰো। কিন্তু কবিতাটোৰ পৰা ‘কেনেকৈ মৰাণে অসম ধ্বংস কৰিলে’ শাৰীটো গুচাবলৈ আমি চৰকাৰ আৰু অসম সাহিত্য সভাক দাবী জনাইছো,’ ক’লে সংগঠনটোৰ সভাপতি অৰুণজ্যোতি মৰাণে।

Apply Now

লক্ষ্মীনাথ বেজবৰুৱাৰ মন্তব্যৰ লগতে অসমৰ বিভিন্ন বুৰঞ্জী, সাহিত্য আনকি অভিধানটো থকা মৰাণবিদ্বেষী বক্তব্যসমূহ পৰিহাৰ কৰাৰ বাবে অসম সাহিত্য সভা, অসম প্ৰকাশন পৰিষদ আৰু অসম চৰকাৰক দাবী জনাই পুনৰ স্মাৰক পত্ৰ দিয়াৰ বাবেও আজি ২৮ জুনত গুৱাহাটীত অনুষ্ঠিত কাৰ্য্যনিৰ্বাহক বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে সদৌ মৰাণ ছাত্ৰ সন্থাই।

হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ, সত্যেন্দ্ৰ নাথ শৰ্মাৰ অসমীয়া সাহিত্যৰ ইতিবৃত্ত, নগেন শইকীয়াই সম্পাদনা কৰা লক্ষ্মীনাথ বেজবৰুৱাৰ নিৰ্বাচিত ৰচনা সংকলন, তচদুক আমানুল হুছেইনৰ অসম বুৰঞ্জী আৰু নাওবৈচা ফুকনৰ অসম বুৰঞ্জীত থকা মৰাণবিদ্বেষী মন্তব্যৰ উদাহৰণো সংগঠনটোৱে সংবাদমেলত দাঙি ধৰে।

অসমৰ সমাজ ইতিহাসৰ বৰ্ণবিদ্বেষী উদাহৰণ দাঙি ধৰি ‘মৰাণসকলো অসমৰ জাতীয় সংগীতটো গাবৰ বাবে ব্যাকুল’ বুলি উল্লেখ কৰি অৰুণজ্যোতি মৰাণে কয় ‘মৰাণসকল প্ৰথমে মৰাণ হৈয়ো অসমীয়া।’

বৰডুমচাত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৭৪ সংখ্যক অধিৱেশনত সাহিত্য সভাক এই সন্দৰ্ভত স্মাৰক পত্ৰ দিয়াৰ পিছতো সাহিত্য সভাই একো পদক্ষেপ নল’লে বুলিও মৰাণ সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰে।

অসমৰ একাংশ বুদ্ধিজীৱীৰ লগতে চৰকাৰ, সাহিত্য সভা আৰু প্ৰকাশন পৰিষদে মৰাণসকলক তুচ্ছ-তাচ্ছিল্য কৰা লেখাসমূহক সাৰ-পানী যোগাই আহিছে বুলিও সংগঠনটোৱে দাবী কৰে।

আনহাতে মৰাণসকলৰ জনজাতিকৰণ, স্বায়ত্ত শাসন, সুকীয়া সঞ্চালকালয় আৰু অসমত উচ্চ সদন স্থাপনৰ দাবীত অহা ২৯ জুলাইত নতুন দিল্লীত প্ৰতিবাদী কাৰ্য্যসূচী লোৱাৰ বাবেও আজিৰ কাৰ্য্যনিৰ্বাহকে সিদ্ধান্ত গ্ৰহণ কৰে।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd