DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জানুৱাৰিৰ পৰা চলিব ব্ৰহ্মপুত্ৰৰ খনন : কাজিৰঙাত ঘোষণা নিতীন গাডকাৰিৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
December 30, 2017 7:07 pm
জানুৱাৰিৰ পৰা চলিব ব্ৰহ্মপুত্ৰৰ খনন : কাজিৰঙাত ঘোষণা নিতীন গাডকাৰিৰ
118
VIEWS
Share on FacebookShare on Twitter

আজি কাজিৰঙাৰ বৰগছ ৰিচৰ্টত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ সৈতে হোৱা এক বৈঠকৰ  শেষত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নিতীন গাডকাৰিয়ে ঘোষণা কৰে যে, ‘অসমত গাড়ী চালকৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ কেন্দ্ৰ স্থাপন হ’ব। উন্নত প্ৰযুক্তিৰে কম্পিউটাৰ পৰিচালিত ৩৩ টা কেন্দ্ৰ অসমত স্থাপন কৰা হ’ব।’ মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি বৰাক নদীত খনন কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে আৰু অহা জানুৱাৰি মাহৰ পৰা ব্ৰহ্মপুত্ৰ খন্দা কাম আৰম্ভ হ’ব। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে ব্ৰহ্মপুত্ৰৰ ফেৰীঘাট সমূহ উন্নীত কৰা হ’ব আৰু ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ স্থানীয় নিবনুৱা যুৱক সকলৰ নিয়োগ সৃষ্টি কৰিব পৰাকৈ ফেৰী সেৱা বৃদ্ধি কৰা হ’ব।

আজিৰ বৈঠকত ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীও উপস্থিত থাকে। এই বৈঠকতে গাডকাৰিয়ে অসমৰ পথ আৰু জল পৰিবহণ ব্যৱস্থাৰ বুজ লয়।

উল্লেখযোগ্য যে সপৰিয়ালে কাজিৰঙালৈ অহা মন্ত্ৰী গৰাকীয়ে কালিও আয়’ৰা নামৰ ৰিচৰ্টত অসমৰ মুখ্য মন্ত্ৰী সৰ্বনন্দ সোণোৱাল, অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডু, মণিপুৰৰ মুখ্য মন্ত্ৰী এন বিৰেন সিং, অসমৰ গড়কাপ্টানি মন্ত্ৰী পৰিমল শুক্ল বৈদ্য, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জলসম্পদ  মন্ত্ৰী কেশৱ মহন্ত, কৃষি মন্ত্ৰী অতুল বৰা আৰু বিধায়ক প্ৰশান্ত ফুকন আৰু মৃণাল শইকীয়াৰ লগতে পথ আৰু জলপৰিবহণ বিভাগৰ উচ্চ পদস্থ বিষয়াৰ সৈতে এক আলোচনাত মিলিত হৈছিল।

কাজিৰঙাত মন্ত্ৰী গৰাকীৰ ভ্ৰমণ সূচীৰ বাবে কাজিৰঙাৰ প্ৰায় সকলো চৰকাৰী পৰ্যটক নিবাস ১ জানুৱাৰিলৈকে বুক কৰি ৰখাৰ ফলত কাজিৰঙালৈ অহা বহু দেশী-বিদেশী পৰ্যটক আহুকালৰ সন্মুখীন হ’ব লগা হৈছে।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd