• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জানুৱাৰিৰ ২০ তাৰিখে অনুষ্ঠিত হ’ব ইণ্ডিয়া ক্লাবৰ শতবৰ্ষীয় কুইজ মহোৎসৱ

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
January 18, 2018 2:48 pm
ডিগবৈ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৈলক্ষেত্ৰ নগৰী ডিগবৈৰ প্ৰসিদ্ধ সামাজিক-সাহিত্যৰ সংস্থা ইণ্ডিয়া ক্লাবে শতবৰ্ষীয় কুইজ মহোৎসৱ ২০১৮ৰ বাবে সম্পূৰ্ণ সাজু বুলি জনাইছে। জানুৱাৰিৰ ২০ তাৰিখে হ’বলগীয়া কুইজ মহোৎসৱখন ইণ্ডিয়া ক্লাব অডিটৰিয়ামত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব।

ডিগবৈৰ লায়ন্স ক্লাব আৰু ডিগবৈ কুইজ মঞ্চই আয়োজন কৰা সদৌ অসম ভিত্তিত  মুকলি কুইজ প্ৰতিযোগিতাখন দুটা শিতানত অনুষ্ঠিত হ’ব। ইয়াৰে এটা হ’ল সাধাৰণ মুকলি কুইজ আৰু আনটো হ’ল লিখিত কুইজ।

Apply Now

উদযাপন সমিতিৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি এই কুইজ প্ৰতিযোগিতাত সৰ্বমুঠ ৩৫ হেজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব। ইয়াৰে মুকলি শিতানত প্ৰথম পুৰস্কাৰ প্ৰাপ্তগৰাকীক ১০হেজাৰ, দ্বিতীয় আৰু তৃতীয়গৰাকীক ক্ৰমে ৮ আৰু ৬ হেজাৰেৰে পুৰস্কৃত কৰিব। আনহাতে লিখিত শাখাত মুঠ নগদ ৯ হেজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব বুলি আয়োজক সমিতিয়ে জানিব দিছে।

উল্লেখযোগ্য যে কুইজ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা দলত মুঠ দুগৰাকীকৈ সদস্যই ভাগ ল’ব পাৰিব লগতে চূড়ান্ত পৰ্যায়ত শীৰ্ষ পৰ্যায়ৰ বিদ্যালয়লৰ বাবে দুটা ঠাই সংৰক্ষিত থাকিব বুলি আয়োজকৰ ফালৰ পৰা জানিব পৰা গৈছে। প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে ২০ জানুৱাৰিৰ দিনা দুপৰীয়া ১২ বজাৰ পৰা ইণ্ডিয়া ক্লাবৰ কাৰ্যালয়ত প্ৰতিযোগীসকলৰ নাম পঞ্জীয়ন কৰা হ’ব আৰু তাৰ পিছতে ১ বজাৰ পৰা বহু প্ৰত্যাশিত প্ৰতিযোগিতাখনৰ শুভাৰম্ভ হ’ব।

ডিগবৈ কুইজ মঞ্চৰ সাধাৰণ সম্পাদক তথা মহোৎসবৰ পৰিচালক শাক্য সামিক কৰ খাউণ্ডে সংবাদ মাধ্যমৰ আগত কয় যে ঐতিহাসিক ইণ্ডিয়া ক্লাবে বিগত সময়ছোৱাত সাহিত্য, শিক্ষা, সামাজিক-অৰ্থনৈতিক তথা অন্যান্য বিষয়ত সদায় অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে।

কুইজ মাষ্টাৰখ্যাত খাউণ্ড হিন্দু কলেজ আৰু আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন কুইজ সভাপতি হিচাপে যথেষ্ট খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। স্মৰ্তব্য যে খাউণ্ডৰ উপস্থিতিয়ে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগীসকলক যথেষ্ট উৎসাহিত কৰিব বুলি ধাৰণা কৰা হৈছে।

লক্ষ্মণ শৰ্মা

লক্ষ্মণ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am
কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

July 15, 2026 7:27 am
ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd