• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জানুৱাৰী ২তাৰিখৰ পৰা আৰম্ভ হ’ব জিণ্টু গগৈ সোঁৱৰণী ফুটবল টুৰ্ণামেণ্ট

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
January 1, 2018 5:11 pm
116
VIEWS
Share on FacebookShare on Twitter

সদ্ভাৱণাৰ উদ্যোগত দাও ডিভিজনে আয়োজন কৰি অহা বীৰ চক্ৰ সোঁৱৰণী ফুটবল টুৰ্ণামেণ্টখন এইবাৰ ডিব্ৰুগড়স্থিত পল্টন বজাৰৰ আৰ্মি পল’ গ্ৰাউণ্ডত জানুৱাৰীৰ ২ৰ পৰা ১২ তাৰিখলৈ অনুষ্ঠিত হ’ব। প্ৰত্যেক বছৰে ভাৰতীয় সেনাই বীৰ চহিদ জিণ্টু গগৈৰ সোঁৱৰণত ২০০৪ চনৰ পৰাই এই ফুটবল প্ৰতিযোগিতাখনৰ আয়োজন কৰি আহিছে।

লক্ষ্যণীয় যে প্ৰথম বাৰলৈ ফুটবল টুৰ্ণামেণ্টখন চৌকিদিংঘী খেলপথাৰৰ পৰা আৰ্মি পল’ গ্ৰাউণ্ডলৈ স্থানন্তৰিত কৰা হোৱা বুলি আয়োজক সন্থাই জানিবলৈ দিছে। এই খেলপথাৰখন ডিব্ৰুগড় নৱম বেটেলিয়ন ৰাজপুতনা ৰাইফলে সুন্দৰভাবে সজাই পৰাই তুলিছে। এই কাৰ্যক জিলা প্ৰশাসন তথা স্থানীয়লোকে ভূয়সী প্ৰশংসা কৰে।

আয়োজক সংস্থাই জানিবলৈ দিয়া অনুসৰি প্ৰতিযোগিতাখনত মুঠ ১৬টা দলে অংশগ্ৰহণ কৰিব। আৰু এই প্ৰতিযোগিতাৰ জৰিয়তে স্থানীয় খেলুৱৈ সকল যথেষ্ট লাভান্বিত হ’ব বুলিও প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ১৯৯৯চনত হোৱা ভাৰত-পাকিস্তানৰ যুদ্ধত অসমৰ জিণ্টু গগৈয়ে মৃত্যুক সাৱটি লৈছিল। এই দু:সাহসিকতাৰ বাবে মৃত্যুৰ পিছতে গগৈক ভাৰত চৰকাৰে বীৰ চক্ৰ উপাধিৰে সন্মানিত কৰিছিল।

মনকৰিবলগীয়া যে কাৰ্গিল যুদ্ধত কেপ্তেইন গগৈয়ে সাহসিকতাৰ পৰিচয় দাঙি ধৰি নিজৰ জীৱন বিপদাপন্ন কৰি পাকিস্তানৰ দুই শত্ৰুক মাৰিবলৈ সক্ষম হৈছিল যাৰ পৰিণতিত ৫২৭জন ভাৰতীয় সেনাৰ জীৱন ৰক্ষা পৰিছিল। ইয়াৰ পিছতে গোলাঘাট জিলাৰ খুমটিৰ নিবাসী জিণ্টু গগৈক অসম চৰকাৰে মৰণোত্তৰভাবে ২০০৭চনত বীৰ চিলাৰায় সন্মানেৰে সন্মানিত কৰিছিল।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd