DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাপানত অনুষ্ঠিত শ্বুটিং চেম্পিয়নশ্বিপত অসমৰ হৃদয় হাজৰিকাৰ সোণ অৰ্জন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2017 10:18 am
জাপানত অনুষ্ঠিত শ্বুটিং চেম্পিয়নশ্বিপত অসমৰ হৃদয় হাজৰিকাৰ সোণ অৰ্জন
143
VIEWS
Share on FacebookShare on Twitter

অসমৰ হৃদয় হাজৰিকাই জাপানত অনুষ্ঠিত দশম ‘এছীয়ান এয়াৰ গান  চেম্পিয়নশ্বিপ’ ত সোণৰ পদক অৰ্জন কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে। প্ৰতিযোগিতাখনৰ যুৱ শাখাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ভাগ লৈ হৃদয়ে উক্ত সফলতা অৰ্জন কৰে। উল্লেখযোগ্য যে ভাৰতীয় শ্বুটিং দলৰ যুৱ শাখাত(১৮ বছৰ অনূৰ্ধ্ব) স্থান পোৱা হৃদয় অসমৰ তৃতীয়জন শ্বুটাৰ। ইয়াৰ পূৰ্বে তেওঁ ভাৰতিয় শ্বুটিং দলৰ পৰা যোৱা বছৰ ইৰানত অনুষ্ঠিত নৱম ‘এছীয়ান এয়াৰ গান  চেম্পিয়নশ্বিপ’ ত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছিল। লখিমপুৰ জিলাৰ নাৰায়নপুৰত জন্ম গ্ৰহণ কৰা হৃদয়ে শংকৰদেৱ কলেজৰ শ্বুটিং ৰেইঞ্জৰ পৰা ক্ৰীড়া জীৱন আৰম্ভ কৰে। এতিয়ালৈকে তেওঁ ৩ খনকৈ ৰাষ্ট্ৰীয় চেম্পনয়নশ্বিপৰ লগতে ২খন মাণ্ডলিক প্ৰতিযোগিতা, ১ খন জি ভি মাভলাংকাৰ আৰু ২খন কৈ কে এছ এছ শ্বুটিং চেম্পিয়নশ্বিপত অংশ লৈছে। তাৰোপৰি ২০১৫ ত কেৰেলাত অনুষ্ঠীত ৩৫ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমক প্ৰতিনিধিত্ব কৰিছিল। বৰ্তমান তেওঁ অসম শ্বুটিং সংস্থাৰ সম্পাদক ভৱ কলিতাৰ তত্ত্বাৱধানত অসম ৰাইফল আৰু শ্বুটিং সংস্থাৰ শ্বুটিং ৰেইঞ্জত নিয়মিত ভাৱে অনুশীলন কৰি আহিছে।

Recent News

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd