DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাৰ্মানীত হৃদয় জিনিলে অসমৰ ‘হৃদয় হাজৰিকা’ই ; ‘স্বৰ্ণ পদক’ অৰ্জন জুনিয়ৰ বিশ্বকাপ শ্বুটিঙত  

এন ই নাও নিউজ by এন ই নাও নিউজ
June 27, 2018 8:21 am
Hridoy Hazarika

শ্বুটাৰ হৃদয় হাজৰিকাৰ ফাইল ফটো

303
VIEWS
Share on FacebookShare on Twitter

ক্ৰীড়া ক্ষেত্ৰত এটাৰ পাছত আন এটা সফলতাই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলাই তুলিবলৈ সক্ষম হৈছে অসমৰ নাম। হিমা, লাভলিনা, ভাৰতীয় বেডমিণ্টনৰ নৱতম চাঞ্চল্য তথা অল ইণ্ডিয়া ছিনিয়’ৰ বেডমিণ্টনৰ চেম্পিয়ন অস্মিতাৰ পাছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল আন এগৰাকী অসমৰ খেলুৱৈ নাম হৃদয় হাজৰিকা ।

হয়, এইগৰাকী হৃদয় হাজৰিকাই জাৰ্মানীৰ শ্বুলত অনুষ্ঠিত হোৱা আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপ শ্বুটিঙত সোমবাৰে ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত সোণৰ পদক অৰ্জন কৰিছে।

উল্লেখ্য যে জাৰ্মানীৰ শ্বুটাৰ মেক্সিমিলান আলব্ৰিছৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও অৱশেষত হৃদয়ে মাত্ৰ পইণ্ট ৩ ৰ ব্যৱধানত সৰ্বমুঠ ২৪৮.৭ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ শীৰ্ষস্থান দখল কৰে।

মন কৰিবলগীয়া যে ১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙৰ কোৱালিফায়িং ৰাউণ্ডৰে পৰা অসমৰ উদীয়মান শ্বুটাৰগৰাকীয়ে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি মুঠ ৬২৭.১ পইণ্টেৰে তালিকাৰ শীৰ্ষত অধিষ্ঠিত আছিল। আৰু ফাইনেলতো সেই ধাৰা অব্যাহত ৰাখি স্বৰ্ণ পদক অৰ্জন কৰি দেশবাসীৰ লগতে পুনৰ এবাৰ অসমক গৌৰৱান্বিত কৰি তুলিলে।

লক্ষীমপুৰৰ সন্তান হৃদয় হাজৰিকাই এই সাফল্য অৰ্জন কৰাত অসম ৰাইফল শ্বুটিং সন্থাৰ সম্পাদক ভৱ কলিতা আৰু অন্যান্য বিষয়ববীয়াসকলে অভিনন্দন জনাইছে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd