DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

জুনৰ পৰা বাংলাদেশলৈ দুগুন হাৰত বিদ্যুৎ যোগান ধৰিব ভাৰতে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 21, 2018 11:59 am
Bangladesh
68
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ জুনৰ পৰাই ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশক দুগুন হাৰত বিদ্যুৎ যোগান ধৰিব। আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান BusinessLine-এ প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি মঙলবাৰে ঢাকাস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত হৰ্ষবৰ্ধন শ্ব্ৰিংলাই এই তথ্য সদৰী কৰিছে।

উল্লেখ্য যে সম্প্ৰতি ভাৰতে বাংলাদেশক দৈনিক হাৰত প্ৰায় ৬৬০ মেগাৱাট বিদ্যুৎ যোগান ধৰি আছে।ইয়াৰে ভিতৰত ৫০০ মেগাৱাট পশ্চিমবংগৰ মুৰ্শ্বিদাবাদৰ ভেৰামাৰা সীমান্তৰে যোগান ধৰাৰ বিপৰীতে বাকীখিনি ত্ৰিপুৰাৰ পৰা যোগান ধৰা হয়।

ভাৰতীয় ৰাষ্ট্ৰদূত হৰ্ষবৰ্ধন শ্ব্ৰিংলাই প্ৰকাশ কৰা অনুসৰি জুনৰ পৰাই মুৰ্শ্বিদাবাদৰ ভেৰামাৰা সীমান্তৰে চুবুৰীয়া ৰাষ্ট্ৰখনক ১০০০ মেগাৱাট বিদ্যুৎ যোগান ধৰা হ’ব। তেওঁ লগতে কয় যে পশ্চিমবংগৰ উত্তৰ ২৪-পৰগনা জিলাৰে আৰু ৫০ মেগাৱাট বিদ্যুৎ যোগানৰ চেষ্টা অব্যাহত ৰখা হৈছে।

উল্লেখ্য যে ভাৰতত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এনডিএ চৰকাৰ ক্ষমতালৈ অহাৰ পাছত বাংলাদেশৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক যথেষ্ট উন্নত হৈছে।বাৰ্ষিক হাৰত প্ৰায় ২০০০ হেজাৰ বাংলাদেশী শিক্ষাৰ্থীক জলপানী প্ৰদান কৰিছে ভাৰত চৰকাৰে। তদুপৰি বাংলাদেশী নাগৰিকক দিয়া ভিছাৰ সংখ্যা ৫ লাখৰ পৰা বৃদ্ধি কৰি ১৪ লাখ কৰা হৈছে।

শেহতীয়াভাৱে এই বিদ্যুৎ যোগানৰ মাধ্যমেৰে দুয়োখন দেশে পাৰস্পাৰিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত পুনৰ এখোজ আগবাঢ়িলে বুলি প্ৰকাশ কৰিছে ভিন্ন মহলে।

Recent News

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd