• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

থাওৰা সমষ্টিৰ জেষ্ঠ কংগ্ৰেছ কৰ্মী যোগেন গগৈৰ দেহাৱসান

NE NOW NEWS হিতোজ্বল চেতিয়া
ডিমৌ , January 10, 2018 8:55 pm

1 min read

যোগেন গগৈ
91
VIEWS
Share on FacebookShare on Twitter

থাওৰা সমষ্টিৰ জেষ্ঠ কংগ্ৰেছ কৰ্মী, বিশিষ্ট সমাজ সেৱক,  ক্ৰীড়া সংগঠক তথা প্ৰথম ডিমৌ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন অধ্যক্ষ শ্ৰদ্ধাৰ যোগেন গগৈ আজি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি দীৰ্ঘদিন ধৰি  তেখেত উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। আৰু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি আজি মৃত্যুক আকোৱালি লয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় ৭৫ বছৰ। মৃত্যুৰ সময়ত তেওঁ এগৰাকী জী আৰু জোঁৱাইৰ লগতে এজন ভতিজা আৰু ভাগিন এই সংসাৰত এৰি থৈ যায়।

তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলযুৰি গভীৰ শোকৰ ছাঁ পৰে। আৰু থাওৰা সমষ্টি ব্লক কংগ্ৰেছৰ লগতে সমূহ আঞ্চলিক দল-সংগঠনৰ তৰফৰ পৰা তেখেতৰ বেদেহী আত্মাৰ সদগতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। ইয়াৰ উপৰি বহু অঞ্চলৰ পৰা অহা গুণমুগ্ধই  এই দুখৰ মুহূর্তত ৰাজনীতিবিদ গৰাকীক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Recent News

a-vac-640x375

গোলাঘাটত ৫৮,২৫৫ পালি প্ৰতিষেধক প্ৰদান : নুমলীগড়ত গুৱাহাটীৰ পৰা অহা যাত্ৰীসহ বাহনৰ কৰ্মচাৰীক কোভিড টেষ্ট

MAHA-750x375

কাইলৈ পৰা মহা-লকডাউন! : অতি শীঘ্ৰেই লকডাউন ঘোষণা কৰিব পাৰে চৰকাৰে!

images.jpeg-11(1)

মাৰ্ঘেৰিটাত ৪ গৰাকী ব্যক্তিৰ দেহত কোভিড : মহকুমা প্ৰশাসনৰ সতৰ্কতামূলক অভিযান

911540-priyanka-gandhi-file

‘সমগ্ৰ দেশে কান্দি থকাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কিয় হাঁহি আছে?’; কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ প্ৰশ্ন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd