DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ উদ্দেশ্যে’ আৰম্ভ হ’ল তিনিদিনীয়া ‘দীপৰ বিল মহোৎসৱ’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 9, 2018 7:03 pm
‘জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ উদ্দেশ্যে’ আৰম্ভ হ’ল তিনিদিনীয়া ‘দীপৰ বিল মহোৎসৱ’

দীপৰ বিল মহোৎসৱ

467
VIEWS
Share on FacebookShare on Twitter

আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে দীপৰ বিল মহোৎসৱ ২০১৮। ‘দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ উদ্দেশ্যেৰে’ এই মহোৎসৱৰ আয়োজন কৰা হৈছে বুলি আয়োজকসকলে জনাইছে।

মহোৎসৱৰ পতাকা উত্তোলন কৰি আয়োজক সমিতিৰ সভাপতি তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ‘দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য শোচনীয় অৱস্থালৈ গতি কৰিছে’ বুলি স্বীকাৰ কৰি কয়, ‘বিলখনৰ জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰিবৰ বাবেই  প্ৰথমবাৰৰ বাবে এই মহোৎসৱখন আয়োজন কৰা হৈছে।’

শাসকীয় চৰকাৰৰো অংশীদাৰ বিধায়কজনে ‘অসম চৰকাৰৰ পৰ্য্যটন বিভাগৰ সহযোগত বিলখনক পৰ্য্যটন কেন্দ্ৰ হিচাপে গঢ় দিয়া হ’ব’ বুলি আশ্বাস প্ৰদান কৰে।

তেওঁ কয়, ‘এই অঞ্চলটো উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ ৰামচাৰ অঞ্চল। বিশ্ববিখ্যাত এই দীপৰ বিল সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব’।

বিলখনৰ প্ৰদূষিত পানীৰ বাবে যোৱাবছৰ ১২ টা হাড়গিলা চৰাই মৰাক লৈ তেওঁ দুখ প্ৰকাশ কৰে।

প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই মহোৎসৱৰ মুখ্য দ্বাৰ উন্মোচন কৰি মহোৎসৱৰ আয়োজকসকলৰ শলাগ লয় আৰু অসমবাসীক আৰ্দ্ৰভূমিসমূহ সংৰক্ষণ কৰিবৰ বাবে আহ্বান জনায়।

মহোৎসৱ উপলক্ষে উলিওৱা শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে।

অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও হাতে হাতে ‘বননি সংৰক্ষণ কৰক’ ‘গছ নাকাটিব’ ‘দীপৰ বিলৰ চৰাই বচাওক’ আদি প্লেকাৰ্ড লৈ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।

মহোৎসৱৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত খাদ্য আৰু বস্ত্ৰমেলাৰো আয়োজন কৰা হৈছে।

কাইলৈ মহোৎসৱস্থলীত সদৌ অসম ভিত্তিত চিত্ৰাংকণ আৰু খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে।

মহোৎসৱৰ শেষৰ দিনাৰ মুকলি সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে হিমন্ত বিশ্ব শৰ্মা, প্ৰমীলাৰাণী ব্ৰহ্ম, অতুল বৰা, পৰিমল শুক্লবৈদ্য আৰু হাগ্ৰামা মহিলাৰী উপস্থিত থাকিব।

 

Recent News

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd