DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টংলাত পঞ্চম প্রাইজমানি বেডমিন্টন প্ৰতিযোগিতাৰ সামৰণি

চাজিদ খান by চাজিদ খান
February 6, 2018 10:12 am
Tangla-badminton-570x320
91
VIEWS
Share on FacebookShare on Twitter

যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা টংলা বেডমিন্টন এছোচিয়েশ্যনৰ ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰাইজমানি বেডমিন্টন প্ৰতিযোগিতাৰ পঞ্চম সংস্কৰণৰ সামৰণি পৰিছে।

ভেৰগাঁৱৰ মহকুমা বিষয়া (অসামৰিক) দিঠকানন্দ হাজৰিকাই উদ্বোধন কৰা প্ৰতিযোগিতাখনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১২১ গৰাকী বেডমিন্টন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।

দেওবাৰে সন্ধিয়া প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলকেইখন অনুষ্ঠিত হৈছিল।

পুৰুষৰ দ্বৈত শাখাত ডন বসুমতাৰী আৰু পংকৰাজ দেউৰীয়ে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে আৰু নগদ ১৫,০০০ টকা লাভ কৰে।

পুৰুষৰ দ্বৈত শাখাত ৰাণাৰ্ছ আপৰ খিতাপ লাভ কৰা অমিত সাহা আৰু ইৰেংবাম য়েইটম্বাই ট্ৰফীৰ লগতে নগদ ৮,০০০ টকা লাভ কৰে।

প্ৰসিদ্ধ খেলুৱৈৰ পুৰুষৰ দ্বৈত শাখাত বি কে পেগু আৰু প্ৰসন্ন টায়ে চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে। তেওঁলোকে ট্ৰফীৰ সৈতে নগদ ১০,০০০ টকাৰ পুৰস্কাৰ লাভ কৰে।

আনহাতে, প্ৰসিদ্ধ খেলুৱৈৰ পুৰুষৰ দ্বৈত শাখাত ৰাণাৰ্ছ আপৰ খিতাপ অৰ্জন কৰে সোমেশ্বৰ ভূঞা আৰু বলে বসুমতাৰীয়ে। তেওঁলোকে ট্ৰফীৰ লগতে নগদ ৫,০০০ টকা লাভ কৰে।

প্ৰতিযোগিতাখন জুনিয়ৰ, চাব-জুনিয়ৰ আৰু মহিলা শাখাতো অনুষ্ঠিত হৈছিল।

চূড়ান্ত খেলসমূহ সম্পন্ন হৈ যোৱাৰ পিছত এটি বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। আয়োজক কমিটিৰ সমন্বয়ক দিগন্ত ৰাভাই এই তথ্য জানিবলৈ দিয়ে।

 

Recent News

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

নোৱা নৈৰ বাঢ়নী পানীয়ে কলাইগাঁৱৰ কেইবাঠাইতো চিঙিলে মথাউৰি, ৰাইজৰ হাহাকাৰ

নোৱা নৈৰ বাঢ়নী পানীয়ে কলাইগাঁৱৰ কেইবাঠাইতো চিঙিলে মথাউৰি, ৰাইজৰ হাহাকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd