• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টংলাত ৪ৰ্থ সংখ্যক সদৌ অসম নন ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্ট

NE NOW NEWS ছাজিদ খান
ওদালগুৰি , December 18, 2017 6:51 pm

1 min read

টংলাত ৪ৰ্থ সংখ্যক সদৌ অসম নন ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্ট
103
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰিৰ জিলাৰ টংলাৰ ছামুপাৰাৰ এল পি স্কুলৰ প্ৰাংগণত টংলা বড়োলেণ্ড চহিদ সোঁৱৰণী বেডমিণ্টন কমিটিৰ উদ্যোগত আৰু সদৌ বড়ো ছাত্ৰ সন্থাৰ টংলা আঞ্চলিকৰ সহযোগত যোৱা দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম নন ৰেংকিং বেডমিণ্টন ২০১৭ ছিজন ৪ (মেনছ ডাবল) অনুষ্ঠিত হয়। ওদালগুৰি জিলাৰ ক্ৰীড়া বিষয়া ভূপেন ৰাভাই উদ্বোধন কৰা বেডমিণ্টন টুৰ্ণামেণ্টখনত ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা অহা খেলুৱৈয়ে অংশ গ্ৰহণ কৰা দেখা যায়। আজি সামৰণি পৰা টুৰ্ণামেণ্টখনত কোকৰাঝাৰৰ মাধৱ দৈমাৰি আৰু বিজয় ব্ৰহ্মৰ যুতিয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ বিপৰীতে ৰূপম মালিক আৰু দীপক শৰ্মাৰ যুতিটোৱে ৰানাৰ্চ আপত সন্তুষ্ট থাকিব লগীয়া হয়। উল্লেখযোগা যে চেম্পিয়ন তথা ৰানাৰ্চ আপ দল দুটাক ক্ৰমে ২০০০০ আৰু ১০০০০ টকাৰ প্ৰাইজমণিৰ লগতে একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

 

 

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd