• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টংলাৰ ডন বস্কো উ: মা: বিদ্যালয়ত গ্ৰীষ্ম নৃত্য কৰ্মশালাৰ আয়োজন ডি ডেন্স একাডেমিৰ

ছাজিদ খান by ছাজিদ খান
July 4, 2018 7:59 pm
Summer dance workshop begins in Tangla
126
VIEWS
Share on FacebookShare on Twitter

ডি ডেন্স একাডেমিৰ উদ্যোগত টংলাৰ ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটা গ্ৰীষ্ম নৃত্য কৰ্মশালাৰ আয়োজন কৰা হৈছে। মাহজোৰা এই কৰ্মশালাটোৰ উদ্বোধনী অধিৱেশনত যোগদান কৰিছে জনপ্ৰিয় নৃত্য ৰিয়েলিটী শ্ব’ ছুপাৰ ডেন্সাৰ চেপ্টাৰ-২ৰ বিজয়ী বিশাল শৰ্মা আৰু ৰানাৰ্ছ আপ কুণাল জ্যোতি ৰাভাই। উঠি অহা চামটোৰ মাজত থকা নৃত্যৰ প্ৰতিভাক জাগৰিত কৰাৰ উদ্দেশ্যেৰে এই এই কৰ্মশালাৰ আয়োজন কৰা হৈছে।

সমল ব্যক্তি দুগৰাকীয়ে এক যথেষ্ঠ সংখ্যক প্ৰতিযোগীৰ নৃত্য প্ৰদৰ্শনত উপস্থিত থাকে। অংশগ্ৰহণকাৰীসকলৰ অধিকাংশই বলীউডী মুক্ত শৈলীৰ নৃত্য প্ৰদৰ্শন কৰে।

এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত, ব্ৰাডাৰ ৰঞ্জিত সালসো(Xalxo), অসীম ৰয়কে ধৰি টংলাৰ বহুকেইজন গণ্য-মাণ্য ব্যক্তি উপস্থিত আছিল। কেনেদৰে নৃত্য কৰাৰ কৌশল আয়ত্ব কৰিব লাগে সেই সন্দৰ্ভত বিশাল শৰ্মাই বহুতো মুল্যৱান কথা কয়।

নৃত্য একাডেমিৰ মুখ্য প্ৰশিক্ষক বিকি ডনাল নন্দীয়ে কৈছে যে শিক্ষাৰ্থীসকলক বিভিন্ন নৃত্যশৈলীৰ বিষয়ে সাম্যক ধাৰণা দিয়াৰ লগতে তেওঁলোকৰ মুখ আৰু শাৰীৰিক অভিব্যক্তি প্ৰকাশ কৰাৰো প্ৰশিক্ষণ এই কৰ্মশালাটোত প্ৰদান কৰা হ’ব।

বিকি ডনাল নন্দীয়ে কয়, ‘‘শিশুসকলে নৃত্য কৰি ভাল পায় আৰু নতুন কিবা শিকিবলৈ বিচাৰে। এটা চিনেমাৰ গীতত নৃত্য কৰাটো তেওঁলোকৰ বাবে খুব উত্তেজনাপূৰ্ণ।  শিক্ষাৰ্থীসকলে নৃত্য কৰ্মশালাটতো সম্পূৰ্ণ উপভোগ কৰিছে আৰু বিভিন্ন নৃত্য শৈলীৰ মহত্ব আৰু পৱিত্ৰতা আৱিস্কাৰ কৰিছে।’’

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd