DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে দুদিনীয়া কৰ্মবিৰতিৰে প্ৰতিবাদ সাব্যস্ত বিষয়া-কৰ্মচাৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2018 8:43 am
Tocklai-Tea-Research-Centre
318
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বৰ ভিতৰতে খ্যাতি থকা তথা এটা পুৰণতি চাহ গৱেষণা কেন্দ্ৰ যোৰহাটস্থিত টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ বিত্তীয় সংকট তথা কৰ্তৃপক্ষৰ বঞ্চনাৰ প্ৰতিবাদত বিষয়া-কৰ্মচাৰীসকলে দুদিনীয়া কৰ্মবিৰতি পালন কৰে। জানিব পৰা মতে যোৱা কেইবা বছৰ ধৰি কেন্দ্ৰটোৱে সন্মুখীন হৈ অহা বিত্তীয় সংকটৰ ফলত গৱেষণাৰ কাম বাধাগ্ৰস্ত হোৱাৰ লগতে কেন্দ্ৰটোত কৰ্মৰত বিষয়া-কৰ্মচাৰীসকল নিজৰ ভৱিষ্যতক লৈ শংকিত হৈ আহিছে।

ইয়াৰ মাজতে টোকোলাইৰ কেন্দ্ৰটোৰ বিষয়-কৰ্মচাৰীৰ সমন্বয়ৰক্ষী সমিতিয়ে অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় মন্ত্ৰী তথা উচ্চপদস্থ কাৰ্যবাহীক নতুন দিল্লীত সাক্ষাৎ কৰি এই বিত্তীয় সংকটৰ বিষয়ে অৱগত কৰিছিল আৰু ইয়াৰ অৱসান ঘটাবলৈ স্মাৰকপত্ৰ প্ৰদানৰ জৰিয়তে আহ্বান জনাইছিল।

চলিত বছৰৰ ২ জানুৱাৰিত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী সুৰেশ প্ৰভুক সমন্বয়ৰক্ষী সমিতিখনে সাক্ষাৎ কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীজনে বিত্তীয় সংকট দূৰ কৰাৰ বাবে পুঁজিৰ যোগান ধৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু তাৰ পাছতো সেই প্ৰতিশ্ৰুতি এতিয়াও অপূৰণ হৈয়ে ৰৈছে।

সূত্ৰটোৱে জনায় যে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে যোৱা ৩১ মাৰ্চত কেন্দ্ৰটোৰ বাবে প্ৰায় ১৪ কোটি টকা মোকলাই দিছে। জানিব পৰামতে এই এই ১৪ কোটি টকাৰ পৰা প্ৰায় ১১.৫ কোটি টকাৰে কৰ্মচাৰীসকলক সপ্তম দৰমহা আয়োগৰ হাৰত দৰমহা দিয়াৰ কথা আছিল। সেই সম্পৰ্কত যোৱা ১৪ ফেব্ৰুৱাৰিতেই টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ পৰিচালনাৰ দায়িত্বত থকা  সংস্থাৰ সভাপতি পি কে বেজবৰুৱাৰ দ্বাৰা যোৰহাটৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্য্যালয়ত এক বৈঠকত সিদ্ধান্ত কৰা হৈছিল। কিন্তু ইয়াৰ পিছতো কৰ্মচাৰীসকলে

কিন্তু ইয়াৰ পিছতো কৰ্তৃপক্ষই কৰ্মচাৰীসকলক চূড়ান্তভাৱে প্ৰতাৰণা কৰি ৩১ মাৰ্চৰ নিশা কৰ্মচাৰীসকলৰ বেংক একাউণ্টত পুৰণা নিৰিখতে দৰমহা  প্ৰদান কৰে। এই অভিযোগ টোকোলাই বিষয়া-কৰ্মচাৰী সমন্বয়ৰক্ষী সমিতিৰ।

কেন্দ্ৰটোৰ বিষয়া-কৰ্মচাৰীসকল পৰিচালন কৰ্তৃপক্ষৰ এই অন্যায়ৰ বিৰুদ্ধে ক্ষুভিত হৈ পৰাৰ লগতে তেওঁলোকে ২ আৰু ৩ মাৰ্চত  দুদিনীয়া কৰ্মবিৰতি পালনেৰে কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে টোকোলাই কৰ্তৃপক্ষৰ এনে দুমুখীয়া স্থিতিত যোৰহাটৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়েও আশ্চৰ্য প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে। শ্ৰমিক-কৰ্মচাৰী সমন্বয়ৰক্ষী সমিতিয়ে অনতি পলমে  সপ্তম দৰমহা আয়োগৰ অনুমোদনাৱলী অনুসৰি মাৰ্চত দৰমহা আদায় দিয়াৰ দাবী জনাইছে।

Recent News

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd