• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্রুগড়ৰ চি কে শৰ্মা ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অইল ইণ্ডিয়া বনাম অসম পুলিচ ব্লুজ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 13, 2018 8:42 am

1 min read

-football-678x381

প্ৰতিনিধিত্বমূলক চিত্ৰ

80
VIEWS
Share on FacebookShare on Twitter

ডিব্রুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চৌকিদিঙী খেলপথাৰত চলি থকা ত্ৰয়োদশ চি কে শৰ্মা সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ ফাইনেললৈ অগ্ৰসৰ হৈছে দুলীয়াজানৰ অইল ইণ্ডিয়া ফুটবল ক্লাব।

মঙলবাৰে অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত অইল ইণ্ডিয়া ফুটবল ক্লাবে মুদৈ যুৱ ক্ৰীড়া মঞ্চক হেলাৰঙে ৩-০ গ’লত পৰাস্ত কৰি সন্মানীয় প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰে। মেচৰ আৰম্ভণিৰে পৰা চৌকিদিঙীৰ সেউজ দলিচাত অইল ইণ্ডিয়াৰ খেলুৱৈৰ দুভৰিৰ যাদুৱে থান-বান কৰি তোলে অনভিজ্ঞ মুদৈ যুৱ ক্ৰীড়া মঞ্চক।

উল্লেখ্য যে খেলৰ নৱম মিনিটত মেণ্ডেল ৰংমেইৰ গ’লেৰে অইল ইণ্ডিয়াই প্ৰথম অগ্ৰগতি লাভ কৰে। ইয়াৰ পাছত ৩৯ মিনিটত দলৰ হৈ দ্বিতীয়টো গ’ল কৰে মানস মনজিৎ চেতিয়াই। ২-০ ৰ অগ্ৰগতি লৈও ক্ষান্ত নথকা অইল ইণ্ডিয়াৰ খেলুৱৈয়ে বিপক্ষৰ শিবিৰত বাৰে বাৰে আগাত হনাৰ চেষ্টা চলাই থাকোতে খেলৰ অন্তিম সময়ত ফৈদান বৰগয়াৰীয়ে কৰা গ’লেৰে সহজ বিজয় নিশ্চিত কৰে অইলে।

এতিযা প্ৰতিযোগিতাৰ ফাইনেলত দর্শকে দেকিবলৈ পাব অসম ফুটবলৰ দুই শক্তিশালী দল ক্ৰমে প্ৰাক্তন চেম্পিয়ন অসম পুলিচ ব্লুজ আৰু দুলীয়াজানৰ অইল ইণ্ডিয়া ফুটবল ক্লাবৰ নান্দনিক খেল।

ইফালে মঙলবাৰে অনুষ্ঠিত হৈ যোৱা ছেমি ফাইনেল মেচখন পৰিচালনা  কৰে অসীম হাজৰিকা, জীৱন গগৈ, প্ৰশান্ত বৰুৱা আৰু ইন্দ্ৰজিৎ চেতিয়াই।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd