• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত আন্ত:ৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য প্ৰদৰ্শনী উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 6, 2018 7:20 am
ডিব্ৰুগড়ত কৃষি-উদ্যান শস্য মলা উদ্বোধন কৰি ভাষণ দিয়াৰ মুহূৰ্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ডিব্ৰুগড়ত কৃষি-উদ্যান শস্য মলা উদ্বোধন কৰি ভাষণ দিয়াৰ মুহূৰ্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত ৫ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা পঞ্চম অসম আন্ত:ৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য প্ৰদৰ্শনীখন উদ্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কৃষক ৰাইজক আৰ্থিকভাৱে সবল কৰি তোলাটোৱে চৰকাৰৰ লক্ষ্য বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে যুৱ চামক আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি বিজ্ঞানসন্মতভাৱে কৃষি কাৰ্যত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।

উদ্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কৃষিকৰ্মত জড়িত সকলোকে চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়। তেওঁ কয়,’’কৰ্ম সংস্কৃতিয়ে সমাজৰ মূল চালিকা শক্তি। কৃষক ৰাইজে আত্মবিশ্বাস, কঠোৰ পৰিশ্ৰম আৰু কৰ্ম সংস্কৃতিৰ মাজেদি কৃষি সংস্কৃতিক ৰূপ দিব লাগিব।‘’

Apply Now

পঞ্জাৱ,হাৰিয়ানা,গুজৰাট আদি ৰাজ্যই আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে কৃষিখণ্ডত ব্যাপক উন্নয়ন সাধন কৰিছে। কৃষি উৎপাদন বৃদ্ধি কৰাৰ লগতে তেওঁলোকে নিজৰ ৰাজ্যখনক অৰ্থনৈতিকভাৱেও সবল কৰি তুলিছে।

অসমতো কৃষকসকলে যাতে খেতিৰ সংখ্যা এটাৰ পৰা বৃদ্ধি কৰি বছৰত তিনিটা পৰ্যন্ত কৃষি কৰিব পাৰে আৰু কৃষকৰ আয় বৃদ্ধি হয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গাওঁ উন্নয়ন যোজনাৰ অধীনত ২৬,০০০ খন ৰাজহ গাওঁৰ প্ৰতিখনলৈ একোখন ট্ৰেক্টৰ আগবঢ়োৱা আঁচনি গ্ৰহণ কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কৃষি বিভাগৰ প্ৰতিজন বিষয়া কৰ্মচাৰীকে সততা আৰু নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায় আৰু কৃষকসকলক আধুনিক কৃষি প্ৰযুক্তিৰ বিষয়ে অৱগত কৰাবলৈ কয়। মুখ্যমন্ত্ৰীয়ে লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ পূবক দেশৰ এক জৈৱিক কেন্দ্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য স্থিৰ কৰিছে বুলি উল্লেখ কৰি এই মেলাত অংশগ্ৰহণ কৰা বহিৰ্ৰাষ্ট্ৰৰ প্ৰতিনিধি আৰু কৃষক গোটসমূহে পৰিৱেশ পৰিৱৰ্তনে অনা ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ লোৱা প্ৰচেষ্টাৰ প্ৰশংসা কৰে।

উদ্বোধনী সভাত মুখ্যমন্ত্ৰীয়ে এখন জৈৱিক কৃষিপঞ্জী উদ্বোধন কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটাপ্ৰাপ্ত পাঁচজন প্ৰগতিশীল খেতিয়কক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই পল্চম অসম কৃষি-উদ্যান শস্য মেলাৰ আয়োজনৰ উদ্দেশ্য সম্পৰ্কে বক্তৱ্য ৰাখি কয় যে ৰাজ্য চৰকাৰে কৃষি ক্ষেত্ৰৰ বিকাশৰ বাবে কৃষক, বজাৰ আৰু চৰকাৰৰ সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd