• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত তিনিটা নতুন পথৰ আধাৰশিলা স্থাপন

NE NOW NEWS অভিক চক্ৰবৰ্তী
ডিব্ৰুগড় , January 1, 2018 9:54 pm

1 min read

ডিব্ৰুগড়ত তিনিটা নতুন পথৰ আধাৰশিলা স্থাপন
73
VIEWS
Share on FacebookShare on Twitter
 নৱবৰ্ষৰ প্ৰথম দিনটোতেই ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে জিলাখনত তিনিটা নতুন পথৰ আধাৰশিলা স্থাপন কৰে। অঞ্চলটোৰ স্থানীয় ৰাইজৰ উপস্থিতিত বিষ্ণু নগৰ পথ, পূবালী পথ আৰু নামঘৰ পথৰ আধাৰশিলা স্থাপন কৰি বিধায়ক গৰাকীয়ে জনায় যে পথকেইটাৰ নিৰ্মাণৰ বাবে ৬১,৩১,৪৪০ টকা অনুমোদন কৰা হৈছে। এই উপলক্ষে আয়োজিত এখন জনসভাক  উদ্দেশ্যি তেওঁ কয়-‘ আমাৰ চৰকাৰে ৰাজ্যখনত ভাল পথ নিৰ্মানৰ বাবে দায়বদ্ধ। অাগন্তক দিনত আমি ডিব্ৰুগড়ত আৰু অধিক ৰাস্তা নিৰ্মাণ কৰিম।’ উল্লেখযোগ্য টি এচ পি পথ নিৰ্মাণ আঁচনিৰ অধিনত নিৰ্মাণ হ’ব লগীয়া উক্ত পথ কেইটাৰ মুঠ দৈৰ্ঘ হৈছে ১১১৩.০০ কি.মি। পথ কেইটাৰ নিৰ্মাণে যাতায়তৰ সমস্যাক সমাধান কৰিব বুলি আশা প্ৰকাশ কৰি স্থানীয় ৰাইজে ইয়াক নৱবৰ্ষৰ উপহাৰ হিচাপে গণ্য কৰিছে।

Recent News

a-vac-640x375

গোলাঘাটত ৫৮,২৫৫ পালি প্ৰতিষেধক প্ৰদান : নুমলীগড়ত গুৱাহাটীৰ পৰা অহা যাত্ৰীসহ বাহনৰ কৰ্মচাৰীক কোভিড টেষ্ট

MAHA-750x375

কাইলৈ পৰা মহা-লকডাউন! : অতি শীঘ্ৰেই লকডাউন ঘোষণা কৰিব পাৰে চৰকাৰে!

images.jpeg-11(1)

মাৰ্ঘেৰিটাত ৪ গৰাকী ব্যক্তিৰ দেহত কোভিড : মহকুমা প্ৰশাসনৰ সতৰ্কতামূলক অভিযান

911540-priyanka-gandhi-file

‘সমগ্ৰ দেশে কান্দি থকাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কিয় হাঁহি আছে?’; কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ প্ৰশ্ন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd