• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্য্যসূচীৰ সামৰণি

NE NOW NEWS অভিক চক্ৰবৰ্তী
ডিব্ৰুগড় , March 29, 2018 7:02 pm

1 min read

ডিব্ৰুগড়ত তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্য্যসূচীৰ সামৰণি
77
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়ৰ লায়ন ৰাধেশ্যাম আগৰৱালা প্ৰেক্ষাগৃহত ২৭ৰ পৰা ২৯ মাৰ্চলৈকে হাৰ্টফেল্ত এডুকেইশ্যন ট্ৰাষ্টে শিক্ষকসকলৰ বাবে আয়োজন কৰিছিল ইনস্পায়াৰ শীৰ্ষক এক তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্য্যসূচী। শিক্ষাদানৰ হৃদয়কেন্দ্ৰিক পদ্ধতিৰ বিকাশ আৰু ২১ শতিকাৰ ধৰণৰ শিক্ষাগ্ৰহণ আৰু শিক্ষাৰ সচেতন পৰিৱেশ সৃষ্টিৰ বাবে সহায়ক হোৱাকৈ শ্ৰেণীকোঠাত সেইসমূহ কাৰ্য্যকৰী কৰা বাবে শিক্ষকসকলক সক্ষম কৰি তোলাৰ বাবে ইয়াৰ আয়োজন কৰা হৈছে।

বিভিন্ন ধৰণৰ শিক্ষাৰ্থীক সহায় কৰিব পৰাকৈ দৃশ্য-শ্ৰাব্য মাধ্যমৰ সহায়ত শিক্ষাদানৰ বিভিন্ন পদ্ধতিসমূহ আলোচনা কৰা হয়।

শিশুসকলৰ সামগ্ৰিক বিকাশৰ বাবে আত্মিক আৰু আৱেগিক দিশৰ ওপৰত গুৰুত্ব দিয়া কাৰ্য্যসূচীটোত শ্ৰেষ্ঠ হৈ উঠিবলৈ প্ৰতিটো শিশুক কিদৰে তেওঁৰ সময়ৰ প্ৰয়োজন আৰু তেওঁলোকক তেওঁলোকৰ অনন্যতাৰ বাবে সন্মান কৰা উচিত সেয়া  বিভিন্ন উদাহৰণৰ সৈতে আলোচনা কৰা হয়।

অনুষ্ঠানটোত চৰকাৰী আৰু বেচৰকাৰী মিলি মুঠ ২৫ খন বিদ্যালয়ে ভাগ লয়। অংশগ্ৰহণকাৰীসকলে কাৰ্য্যসূচীটো শিক্ষাপ্ৰদ আছিল বুলি কয়। ডঃ শ্বামালা কৃষ্ণ, নিৰ্মলা সুন্দৰম, শৈলজা দেৱগুপ্তাপুৱে কাৰ্য্যসূচীটোৰ নেতৃত্ব দিয়ে। হাৰ্টফুলনেছৰ ডিব্ৰুগড়ৰ প্ৰশিক্ষক দুংগৰমাল আগৰৱালা আৰু প্ৰেমানন্দ ঠাকুৰে অনুষ্ঠানটোত সক্ৰিয়ভাৱে ভাগ লয়।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd