• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

NE NOW NEWS অভিক চক্ৰৱৰ্তী
ডিব্ৰুগড় , December 28, 2017 8:09 pm

1 min read

ডিব্ৰুগড়ত দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি
252
VIEWS
Share on FacebookShare on Twitter

লাহোৱাল সমষ্টিৰ বিধায়ক ৰিতুপৰ্ণ বৰুৱা আৰু ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত লায়া মাদুৰিয়ে আজি ডিব্ৰুগড়ৰ বৈৰাগীমঠত অসম দক্ষতা বিকাশ অভিযানৰ অধীনত এক দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্বোধন কৰে। সেই উপলক্ষে বিধায়ক বৰুৱাই কয়, ‘আত্মনিৰ্ভৰশীলতাৰ বাবে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে উপযুক্ত প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে নিজৰ জ্ঞান আৰু দক্ষতা বিকাশ আৰু উন্নীত কৰাৰ বিকল্প নাই।’ অসম দক্ষতা বিকাশ অভিযানৰ অধীনত স্থাপিত এই কেন্দ্ৰটোৱে ১২ টা বিভিন্ন বৃত্তিত নিবনুৱাসকলক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিব। জিলাখনৰ নিবনুৱা সকলক এই কেন্দ্ৰটোৱে বহুলভাৱে উপকৃত কৰিব বুলি উল্লেখ কৰি  জিলা উপায়ুক্ত লায়া মাদুৰিয়ে কয় যে, ‘আমাৰ লক্ষ্য হ’ব যুৱক-যুৱতীসকলক উচ্চমানৰ প্ৰশিক্ষণ প্ৰদান কৰা যাৰ যোগেদি তেওঁলোকে সহজেই উদ্যেোগসমূহত নিয়োজিত হ’ব পাৰিব।’ এইখিনিতে উল্লেখ কৰিব পাৰি যে প্ৰধান মন্ত্ৰী কৌশল বিকাশ যোজনা কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰ্যালয়ৰ এক প্ৰধান আঁচনি। এই দক্ষতা চাৰ্টিফিকেচন আঁচনিখনৰ লক্ষ্য হৈছে দেশৰ যুৱ শক্তিক উদ্যোগৰ কাৰণে প্ৰয়োজনীয় দক্ষতা প্ৰশিক্ষণ প্ৰদানৰ জৰিয়তে তেওঁলোকৰ বাবে এক উন্নত জীৱিকা সুনিশ্চিত কৰা। আজিৰ কাৰ্যসূচীত ডিব্ৰুগড়ৰ পৌৰসমিতিৰ অধ্যক্ষ ছোমা চক্ৰবৰ্তী, ফেবটেক্স লিমিটেডৰ সঞ্চালক ৰঞ্জিত গগৈ আদিও উপস্থিত আছিল।

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd