• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2018 6:14 pm
2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বিশ্ব জয়ৰ বাবে আমাৰ উঠি অহা প্ৰজন্মক উদগণি দিয়াৰ বাবে ক্ৰীড়া হৈছে এক সাৰুৱা ক্ষেত্ৰ। নৱ প্ৰজন্ম তথা ছাত্ৰ-ছাত্ৰীসকলক খেলৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোকে উৎসাহ যোগাব লাগিব’। এই মন্তব্য ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আজি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ডিব্ৰুগড়ৰ খনিকৰ পাৰ্কত ১৩৯.৮২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া বহুমুখী ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মুখ্য মন্ত্ৰী সোণোৱালে এই মন্তব্য কৰে।

Apply Now

মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে সু স্বাস্থ্যৰ গৰাকী হৈ থাকিব লাগিলে ক্ৰীড়াক জীৱনৰ অংগ হিচাপে গ্ৰহণ কৰিব লাগিব। জীৱনত অমূল্য শক্তি প্ৰদান কৰে ক্ৰীড়াই। চিকিৎসালয়ৰ সংখ্যা বৃদ্ধি কৰাটো সমাজৰ বাবে শুভ সংবাদ নহয় কিন্তু ক্ৰীড়া এই ক্ষেত্ৰত সৰ্বোত্তম উপায়।

ইয়াৰ উপৰি সোণোৱালে কয় যে নিজৰ সন্তানক ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়াই দিয়াত দ্বিধাবোধ কৰে যাৰ ফলত সৰুৰে পৰা শিশুৰ মনত এক নেতিবাচক প্ৰভাৱ পৰে আৰু ইয়ে সৃষ্টিশীল কামত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে।

আনহাতে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ ৰাষ্ট্ৰক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে উল্লেখণীয় পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি সোণোৱালে কয় যুৱ প্ৰজন্মক উদগণি জনালেহে বিশ্ব পৰ্যায়ত অসমক সেনাপতি হিচাপে প্ৰতিষ্ঠিত কৰিব পৰা যাব।

মুখ্য মন্ত্ৰীয়ে কয় যে  ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা ৰাজ্যখনৰ সু-সন্তানসকলক ৰাজ্য চৰকাৰে সন্মান প্ৰদৰ্শন কৰিছে যাতে আমাৰ নতুন প্ৰজন্মই ইয়াক এক আদৰ্শ হিচাপে গ্ৰহণ কৰিব পাৰে।

6

আনহাতে ইংলেণ্ড, আমেৰিকা, জাপান, চীনৰ দৰে ক্ৰীড়াত আগবঢ়া দেশসমূহৰ দৰে আমাৰ ৰাজ্যৰ খেলুৱৈ সকলেও ক্ৰীড়া ক্ষেত্ৰত সফলতা লাভ কৰাৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ এই বহুমুখী ক্ৰীড়া প্ৰকল্পটো স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।

ইফালে আজিৰ এই অনুষ্ঠানতে মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন ক্ৰীড়াৰ দিশত অনবদ্য অৱদান আগবঢ়োৱা ১৩ গৰাকী প্ৰাক্তন খেলুৱৈক ফুলাম গামোছা আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা তথা সন্মানিত কৰে।

ইয়াৰ পূৰ্বে সোণোৱালে ডিব্ৰুগড় বালক চৰকাৰী মাধ্যমিক বিদ্যালয় খেলপথাৰত ৬ কোটি ব্যয় সাপেক্ষে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ নগৰ ক্ৰীড়া আন্তঃগাথনি আঁচনিৰ অধীনত নিৰ্মাণ কৰা এখন বহুমুখী ইণ্ডোৰ ষ্টেডিয়ামো আনুষ্ঠানিকভাৱে মুকলি কৰে।

ইফালে আজিৰ এই অনুষ্ঠানত সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, ক্ৰীড়া বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্ৰী আৰু ডিব্ৰুগড়ৰ উপায়ুক্ত লয়া মাদ্দুৰীৰ লগতে বহুতো বিশিষ্ট লোক উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd