• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত বাট-পথৰ দুৰৱস্থা ৰূপ : শীঘ্ৰে পথ মেৰামতিৰ দাবী অঞ্চলবাসীৰ

NE NOW NEWS অক্ষয় প্ৰণব কলিতা
নামৰূপ , April 25, 2018 8:39 am

1 min read

IMG-20180425-WA0002
175
VIEWS
Share on FacebookShare on Twitter

পৰিৱৰ্তনৰ শ্ল’গানেৰে কেন্দ্ৰৰ লগতে ৰাজ্যত ক্ষমতাত অধিষ্ঠিত হৈছিল বিজেপি মিত্ৰজোট চৰকাৰ। কিন্তু বাস্তবত এতিয়াও ৰাইজে কোনোধৰণৰ পৰিৱৰ্তন প্ৰত্যক্ষ কৰা নাই। জৰাজীৰ্ণ বাট পথ, মৰণফাণ্ডত ,পৰিণত হোৱা দলঙসমূহে গভীৰ সমস্যাত পেলাইছে সৰ্বসাধাৰণ ৰাইজক।

ৰাজ্যৰ বিভিন্ন এলেকাৰ মাজত শোচনীয় পথ যোগাযোগে বাধাৰ সৃষ্টি কৰিছে জনসাধাৰণক। ঠিক সেইদৰে ডিব্ৰুগড় জিলাৰো অধিকাংশ বাট পথ জৰাজীৰ্ণ হোৱা বাবে ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী। জিলাখনৰ মাধৱপুৰ, কঠালগুৰি আৰু টিংৰাই অঞ্চলৰ মাজৰ ৮ কিলোমিটাৰ পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে স্থানীয় অঞ্চলবাসীক।

‘দীৰ্ঘদিনৰ পৰা এই পথটো জৰাজীৰ্ণ ৰূপত আছে। অতি ব্যস্ত এই পথটোৰে বিভিন্ন সৰু-বৰ যান বাহন চলাচল কৰে। ৰোগীসকলে ডিব্‌ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসা গ্ৰহণৰ বাবে যাবলৈও এই পথটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে’, এইদৰে একাংশ স্থানীয় লোকে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।

বিভিন্ন সময়ত স্থানীয় দল সংগঠনৰ সহযোগত উক্ত অঞ্চলৰ লোকসকলে পথটো মেৰামতিৰ বাবে প্ৰতিবাদ তথা চৰকাৰক দাবী জনাই আহিছে যদিও প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উত্থাপন হৈছে।

ইফালে উক্ত পথটো অতি শীঘ্ৰে মেৰামতি কৰি দিবলৈ স্থানীয় সাংসদ তথা বিধায়কক অঞ্চলবাসীয়ে দাবী জনায়। অন্যথা ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd