DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত শৈক্ষিক পৰিৱেশৰ ওপৰত মুখ্য মন্ত্ৰীৰ পৰ্যালোচনা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2018 9:06 pm
ডিব্ৰুগড়ত শৈক্ষিক পৰিৱেশৰ ওপৰত মুখ্য মন্ত্ৰীৰ পৰ্যালোচনা
119
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় চহৰৰ শিক্ষানুষ্ঠান সমূহৰ শৈক্ষিক পৰিৱেশ সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৌৰোহিত্যত আজি এখন বৈঠক অনুষ্ঠিত হয়। আৰু এই বৈঠকত শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি, স্বচ্ছতা, গুণগত শিক্ষা প্ৰদান আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়।

অন্ধ বিশ্বাস, কুসংস্কাৰ সমাজৰ বাবে প্ৰত্যাহ্বান বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে শৈক্ষিক ব্যৱস্থাৰ মাজত ছাত্ৰ-ছাত্ৰী সকলৰ মনত সংস্কাৰৰ মানসিকতা গঢ়িব লাগিব বুলি কয়।

ক্ৰীড়াক শিক্ষাৰ অংগ হিচাপে গঢ়ি তোলাৰ আহ্বান জনাই মুখ্য মন্ত্ৰীয়ে প্ৰতিদিনে ২ ঘণ্টাকৈ ছাত্ৰ-ছাত্ৰী সকলক ক্ৰীড়াৰ অনুশীলনৰ এক পৰিৱেশ নিৰ্মাণৰ বাবে আহ্বান জনায়।

মুখ্য মন্ত্ৰী গৰাকীয়ে প্ৰতিখন শিক্ষানুষ্ঠান পৰিস্কাৰ-পৰিচ্ছনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকলৰ উপৰি অভিভাৱক আৰু সমাজৰ সচেতন ব্যক্তিক জড়িত কৰোৱাৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি কয়।

আজিৰ এই বৈঠকত বিধায়ক ঋতুপৰ্ণ বৰুৱা, জিলা শিক্ষা বিভাগৰ বিষয়া, জিলা প্ৰশাসনৰ বিষয়া আৰু চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ মুৰব্বী সকল উপস্থিত আছিল।

Recent News

Supreme Court on sex worker

উচ্চমত ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: অবৈধ নহয় গণিকা বৃত্তি, আৰক্ষীয়ে যৌনকৰ্মীক কৰিব নোৱাৰিব হাৰাশাস্তি

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

AHSEC

পৰীক্ষা সম্পৰ্কীয় কিছু চিন্তা

Bhima Koregaon Case

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd