• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড় জিলা প্ৰশাসনৰ ১০ লাখ গছপুলি ৰোপণৰ অভিলাষী আঁচনি

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
May 26, 2018 10:03 pm
sapling plantation in Dibrugarh
163
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় জিলা প্ৰশাসনে জিলাখনত ১০ লাখ গছপুলি ৰোপণৰ এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে। এই উদ্দেশ্যে লাহোৱালৰ বিধায়ক ৰিতুপৰ্ন বৰুৱা আৰু মৰানৰ বিধায়ক চক্ৰধৰ গগৈৰ সৈতে মিলি ডিব্ৰুগড়ৰ উপায়ুক্ত লয়া মাদুৰীয়ে আজি জকাই সংৰক্ষীত বনাঞ্চলত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

উক্ত আঁচনিৰ অধীনত জকাই সংৰক্ষীত বনাঞ্চলত ২৫,০০০ টা গছপুলি ৰোপণ কৰা হ’ব।

তিনিটা পৰ্যায়ত হ’ব লগীয়া এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ চৰকাৰী ৰাজহ ভূমি, গ্ৰেজিং মাটী আৰু চাপৰিসমূহত গছ পুলি ৰোৱা হ’ব।

এই সম্পৰ্কত মাদুৰীয়ে কয়, ‘মুখ্য মন্ত্ৰী মহোদয়ৰ লগত হোৱা আলোচনাৰ পিছত তেওঁ আমাক ১০ লাখ গছপুলি ৰোপণৰ এক অভিলাষী আঁচনি ল’বলৈ আহ্বান জনাইছিল। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৫ জুনত তেওঁ জিলাখনত  গছপুলি ৰোপণ কাৰ্যসূচীত অংশ ল’ব।‘

উল্লেখযোগ্য যে কোনোধৰণৰ চৰকাৰী অনুদান অবিহনে ডিব্ৰুগড় প্ৰশাসনে হাতত লোৱা এই কাৰ্যসূচীৰ প্ৰতি অইল ইণ্ডিয়া লিমিটেডে ১০ লাখ টকা আগবঢ়োৱাৰ আশ্বাস দিছে বুলি মাদুৰীয়ে লগতে জানিবলৈ দিয়ে।

উপায়ুক্ত গৰাকীয়ে এই অভিলাষী কাৰ্যসূচীক সাফল্যমণ্ডিত কৰি তোলাৰ উদ্দেশ্যে স্থানীয় স্বেস্বাসেৱী সংগঠন, সামাজিক সংগঠন তথা নাগৰিকসলকল জিলা প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান জনাইছে।

Recent News

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd