• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাৰ ফলাফল ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2018 8:32 am
Dibrugarh-University-UG-Result
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। শনিবাৰে ঘোষণা কৰা ফলাফল অনুসৰি কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত ক্ৰমে অনন্যা ভূঞা, ৰক্তিম নাথ আৰু মানসী আগৰৱালা শ্ৰেষ্ঠ স্নাতক হিচাপে বিবেচিত হৈছে।

উল্লেখযোগ্য যে শনিবাৰে স্নাতক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ষষ্ঠ, চতুৰ্থ আৰু দ্বিতীয় ষাণ্মাসিকৰ ফলাফল ঘোষণা কৰা হৈছে।

Apply Now

ডিব্ৰুগড় মনোহাৰী দেবী কানৈ মহিলা মহাবিদ্যালয়ৰ অনন্যা ভূঞাই কলা শাখাত ৯১.৮৬ শতাংশ, গোলাঘাটৰ ডি আৰ মহাবিদ্যালয়ৰ ৰক্তিম নাথে বিজ্ঞান শাখাত ৯১.৯৩ শতাংশ আৰু তিনিচুকীয়া জি এছ লোহিয়া মহিলা মহাবিদ্যালয়ৰ মানসী আগৰৱালাই বাণিজ্য শাখাত ৮৩.২৫ শতাংশ নম্বৰেৰে শ্ৰেষ্ঠ স্নাতকৰ খ্যাতি লাভ কৰিছে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা বিভাগৰ উপপঞ্জীয়ক অৰিঞ্জিত হাজৰিকাই জানিব দিয়ে যে স্নাতক নতুন পাঠ্যক্ৰমৰ শনিবাৰে ঘোষিত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ দ্বিতীয়, চতুৰ্থ আৰু ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাত মুঠ ১,২৩,৩০৫গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত ৫৩.২০২ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

তথ্য অনুসৰি ষষ্ঠ ষাণ্মাসিকৰ কলা শাখাত মুঠ ২২,২০৫গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ১০,৪১৪গৰাকী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰ ৪৬.৯০ শতাংশ। আনহাতে, ষষ্ঠ ষাণ্মাসিকৰ বিজ্ঞান শাখাত মুঠ ৪৬৪৬গৰাকী অৱতীৰ্ণ হৈছিল। ইয়াৰে ২০৮১ গৰাকী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰ ৪৪.৭৯ শতাংশ। সেইদৰে বাণিজ্য শাখাত অৱতীৰ্ণ হোৱা ৩৬৮৮গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১৯২৭ গৰাকী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰ ৫২.২৫ শতাংশ।

একেদৰে, শনিবাৰে ঘোষিত চতুৰ্থ ষাণ্মাসিকৰ কলা শাখাত ৫৭.৭৪ শতাংশসহ ১৫,৯৯৯গৰাকী, বিজ্ঞান শাখাত ৪৪.০৯ শতাংশসহ ২৬৭০গৰাকী আৰু বাণিজ্য শাখাত ৬৪.৩০ শতাংশসহ ২৯৭৬গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

তদুপৰি, দ্বিতীয় ষাণ্মাসিকৰ কলা শাখাত ৩০.৫২ শতাংশসহ ১২,৩৮১গৰাকী, বিজ্ঞান শাখাত ৩৬.৫৩ শতাংশসহ ২৮৮৩গৰাকী আৰু বাণিজ্য শাখাত ৩১.৭৬ শতাংশসহ ১৭৭১ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd